--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো কোনো সংবাদমাধ্যমত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী তালিকা এখন প্ৰকাশ হোৱাটো তৃণমূল কংগ্ৰেছৰ দৃষ্টিগোচৰ হৈছে ৷তেওঁলোকে জনাই  যে “অসম তৃণমূল কংগ্ৰেছ দলে অসমত লোকসভাৰ ৫ খন আসন বিচাৰি 'ইণ্ডিয়া' নেতৃত্বৰ ওচৰত আবেদন কৰিব ৷ আৰু কোন দলে কোনটো লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব সেয়া আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই  "ইণ্ডিয়া " নেতৃত্বৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত লব ৷ গতিকে কোনো কথা চূড়ান্ত নোহোৱাকৈ অসম তৃণমূল কংগ্ৰেছ দলে সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ প্ৰশ্নই নুঠে ৷ এই তালিকা কোনোবাই প্ৰকাশ কৰি বিৰোধী মহাজোটত ভাঙোন আনিবলৈ বিচৰা এক চক্ৰান্ত।  আমি বিৰোধী মহাজোট "ইণ্ডিয়া" ৰ অংশীদাৰ যিহেতু মহাজোট হিচাপেহে লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিম ৷”




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ