--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিলে  সঞ্জয় জাজুৱে। তেওঁ তেলেংগানা কেডাৰৰ ১৯৯২ বৰ্ষৰ এগৰাকী আইএএছ বিষয়া।  জাজুক মন্ত্ৰালয়ৰ বিদায়ী সচিব   অপূৰ্ব চন্দ্ৰৰ লগতে অন্যান্য বিষয়া আৰু অন্যান্যসকলে আদৰণি জনায়।  অপূৰ্ব চন্দ্ৰক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে।      
                                                      
ইয়াৰ পূৰ্বে, জাজু ২০১৮ চনৰ পৰা ২০২৩ চনলৈ ভাৰত চৰকাৰৰ অতিৰিক্ত সচিব আৰু ২০১৪ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ মাৰ্চলৈকে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

                                                                   
তেওঁ ২০১১ চনৰ মে'ৰ পৰা ২০১৪ ৰ অক্টোবৰলৈ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সচিব (ইলেক্ট্ৰনিকছ, তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগ) ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement