--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে টুইটাৰৰ চিইঅ’ ইলন মাস্কে বিবিচিক কয় যে টুইটাৰ চলোৱাটো তেওঁৰ বাবে “যথেষ্ট বেদনাদায়ক” আৰু “ৰোলাৰকোষ্টাৰ” হৈ পৰিছে। বিবিচিৰ সৈতে হোৱা এক টুইটাৰ স্পেচেছৰ সাক্ষাৎকাৰত টেক বিলিয়নাৰগৰাকীয়ে উল্লেখ কৰে যে উপযুক্ত ব্যক্তি আহিলে তেওঁ কোম্পানীটো বিক্ৰী কৰিব।

টুইটাৰ কিনাৰ বাবে তেওঁৰ কোনো আক্ষেপ আছে নেকি বুলি সোধাত মাস্কে উত্তৰ দিয়ে যে “বিষৰ মাত্ৰা অত্যন্ত বেছি হৈছে, এইটো কোনো ধৰণৰ পাৰ্টি হোৱা নাই”।

 যোৱা কেইবামাহো ধৰি সঁচাকৈয়ে যথেষ্ট মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলিও তেওঁ লগতে কয়, কিন্তু উল্লেখ কৰে যে তেওঁ এতিয়াও কোম্পানীটো কিনাটোৱেই সঠিক কাম বুলি অনুভৱ কৰে। তেওঁ আৰু কয় যে কামবোৰ "যথাযথভাৱে ভাল" চলি আছে, লগতে কয় যে চাইটৰ ব্যৱহাৰ বৃদ্ধি পাইছে৷

কামৰ বোজাৰ বাবে "মই কেতিয়াবা অফিচত শুই থাকোঁ" বুলি তেওঁ স্বীকাৰ কৰে আৰু লগতে কয় যে তেওঁৰ লাইব্ৰেৰীৰ চোফা এখনত এটা ঠাই আছে "যিটোলৈ কোনেও নাযায়"। ইয়াৰ উপৰিও কোটিপতিগৰাকীয়ে মাজে মাজে বিতৰ্কিত টুইটবোৰক সম্বোধন কৰি কয় যে, “মই একাধিকবাৰ টুইটেৰে নিজৰ ভৰিত গুলী মাৰিছোনে?” হয়". "মই বিশ্বাস কৰোঁ যে মই ৩ বজাৰ পিছত টুইট কৰাৰ পৰা বিৰত থকা উচিত,"৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক