--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতুৰস্ক-ছিৰিয়াৰ পিছত এইবাৰ নিউজিলেণ্ডক জোকাৰি গ’ল শক্তিশালী ভূমিকম্পই৷ বাতৰি যুগুত কৰা পৰলৈকে ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সঠিক তথ্য পোৱা হোৱা নাই৷ কিন্তু প্ৰাম্ভিক খবৰ অনুসৰি ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে৷ 

শেহতীয়াকৈ পোৱা খবৰ অনুসৰি আজি দুপৰীয়া ভূমিকম্পত কঁপি উঠে নিউজিলেণ্ড৷ ভূমিকম্পটোৰ প্ৰবল্য আছিল ৰিখটাৰ স্কেলত  ৬.১ ৷ 

নিউজিলেণ্ডৰ ল’ৱাৰ হাটৰ পৰা ৭৮ কিলোমিটাৰ উত্তৰ-পশ্চিমে ভূমিকম্পৰ কম্পন অনুভত হোৱাৰ খবৰ আহিছে৷ 

উল্লেখ্য নিউজিলেণ্ডত শেহতীয়াকৈ  ঘূৰ্ণীবতাহ “গেব্ৰিয়েল”য়ে সংহাৰৰ সৃষ্টি কৰিছে৷ ধুমুহাৰ লগতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দেশ খনৰ বহু ঠাই প্লাৱিত হৈছে৷ এনে সময়তে ভূতৰ ওপৰত দানহ পৰাদি আজি সৃষ্টি হোৱা ভূমিকম্পটোৱে মানুহক আতংকিত কৰি তুলিছে৷ । 

ধুমুহাৰ পিছতে নিউজিলেণ্ডৰ চৰকাৰে দেশ খনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷   ভূমিকম্পৰ ক্ষয়-ক্ষতিৰ বাতৰিৰ বাবে অপেক্ষা কৰা হৈছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ