--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চস্বৰৰ সংগীতেই প্ৰাণ কাঢ়ি ল’লে এজন ব্যক্তিৰ৷ ওড়িশাৰ ৰৌৰকেলাৰ এজন ৫০ বছৰীয়া ব্যক্তিৰ সৰস্বতী মূৰ্তি বিসৰ্জনৰ সময়ত উচ্চস্বৰ সংগীতৰ ফলত  হোৱা হাৰ্ট এটেকত মৃত্যু হয়।ইতিমধ্যে বিসৰ্জন অনুষ্ঠানৰ সময়ত সংগীত বজোৱা ডিজেক আৰক্ষীয়ে আটক কৰিছে।


প্ৰেমনাথ বৰাভয়া নামৰ নিহত যুৱকজন চাহ ষ্টলৰ মালিক আছিল। মূৰ্তি বিসৰ্জনৰ বাবে শোভাযাত্ৰাৰ সময়ত এজন ডিজে-এ বজাই থকা উচ্চস্বৰৰ সংগীতৰ বাবেই ব্যক্তিজন হাৰ্ট এটেকত আক্ৰান্ত হয় বুলি অভিযোগ উঠিছে।


সূত্ৰৰ পৰা জানিব পৰা মতে, এই উপলক্ষে সংগীত বজাবলৈ ভদ্ৰক জিলাৰ পৰা এটা ব্যক্তিগত দল নিয়োগ কৰা হৈছিল।সংগীতৰ কোলাহলত বাৰাভয়া ঢলি পৰাৰ পাছত তেওঁক ৰৌৰকেলা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে।ব্যক্তিজনৰ মৃত্যুৰ পাছতে স্থানীয় ৰাইজে ৰঘুনাথপালী থানা ঘেৰাও কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement