--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰতিযোগিতা আয়োগে (চিচিআই) ২০২২ চনৰ অক্টোবৰত গুগলৰ ওপৰত ১,৩৩৮ কোটি টকাৰ জৰিমনা আৰোপ কৰিছিল, যিটো কোম্পানীটোৱে এনচিএলএটিতো প্ৰত্যাহ্বান জনাইছিল।

ভাৰতীয় প্ৰতিযোগিতা আয়োগে গুগলক ১,৩৩৮ কোটি টকাৰ জৰিমনা বিহিছিল। গুগল এতিয়া এই বিষয়টোা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত উপস্থিত হ’ব লগীয়া হৈছে। এই গোচৰটোৰ শুনানি অহা ১৬ জানুৱাৰীত গ্ৰহণ কৰা হ’ব । গুগলে কয় যে ,আয়োগৰ আদেশ ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব। এই নিৰ্দেশনাবোৰ অনুসৰণ কৰিলে যোৱা ১৫ বছৰত এণ্ড্ৰইডৰ বিকাশ বন্ধ হ'ব। 

উল্লেখ্য যে, চিচিআইয়ে বজাৰত ইয়াৰ আধিপত্যৰ অপব্যৱহাৰ কৰাৰ বাবে গুগলৰ ওপৰত এই জৰিমনা আৰোপ কৰিছে। গুগলে কৈছে যে এই আদেশটোৱে ভাৰতৰ মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ বিফলতাৰ সৃষ্টি কৰিব। এণ্ড্ৰইড ম'বাইল ডিভাইচসমূহ ভাৰতত যথেষ্ট ব্যয়বহুল হৈ পৰিব।

একেসময়তে ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণেও (এনচিএলএটি) গুগলক এক ডাঙৰ আঘাত হানিছিল। এনচিএলএটিয়ে প্লে ষ্ট'ৰৰ নীতিৰ সন্দৰ্ভত ইয়াৰ আধিপত্যৰ অপব্যৱহাৰ কৰাৰ বাবে ভাৰতীয় প্ৰতিযোগিতা আয়োগে (চিচিআই) আৰোপ কৰা জৰিমনাসন্দৰ্ভত গুগলক অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। যোৱা সপ্তাহত, এনচিএলএটিয়ে গুগলক চিচিআইয়ে আৰোপ কৰা ১,৩৩৭,৭৬ কোটি টকাৰ জৰিমনাৰ ১০ শতাংশ জমা দিবলৈ নিৰ্দেশ দিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement