--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অদ্ভূত সাজপাৰ পৰিধান কৰা বাবে উৰ্ফী জাভেদ সদায় লাইমলাইটত থাকে। অৰ্ধনগ্ন সাজ পিন্ধি বাহিৰত ঘূৰি ফুৰা বাবে তেওঁ প্ৰায়ে ইছলাম সমাজৰ সমালোচনাৰ সন্মুখীন হয়। কিন্তু শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে য'ত দেখা গৈছে যে এগৰাকী মৌলানাই উৰ্ফীক দেখি নিজে ছেল্‌ফী ল'বৰ বাবে আগবাঢ়ি আহে আৰু উৰ্ফীৰ সৈতে ছেল্‌ফী লোৱাত ব্যস্ত হৈ পৰে।

এই ভিডিঅ'টো এতিয়া ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। নেটিজেনসকলে উৰ্ফী আৰু মৌলানাৰ ছেল্‌ফীৰ ওপৰত তীব্ৰ আলোচনা কৰিছে।

ভিডিঅ’টোত উৰ্ফীয়ে পাপাৰাজীৰ বাবে পোজ দিয়া দেখা গৈছে। কেৱল এয়াই নহয়, বিমানবন্দৰত উপস্থিত থকা লোকসকলেও তেওঁৰ সৈতে ফটো ক্লিক কৰিবলৈ ধৰে। এই তালিকাতে এগৰাকী মৌলানাও অন্তৰ্ভুক্ত হ’ল।
actress urfi javed in saree and backless blouse sharing selfie with maulana
ভাইৰেল ভিডিঅ'টোত দেখা যায় যে যেতিয়া উৰ্ফীয়ে এজন অনুৰাগীৰ সৈতে ফটো ক্লিক কৰি আছিল, তেতিয়া এজন মৌলানা তেওঁৰ ওচৰলৈ আহি ছেল্‌ফী ল'বলৈ ধৰে। মৌলানাৰ এনে আচৰণত ক্ষোভিত হৈ পৰিছে ইছলাম সমাজ।

উল্লেখ্য যে অস্বাভাৱিক ফেশ্বন চেন্সৰ বাবেই ছ’চিয়েল মিডিয়াত উৰ্ফী জাভেদৰ ফটোৱে যথেষ্ট চৰ্চা লভিবলৈ সক্ষম হৈছে। উৰ্ফী জাভেদৰ ইনষ্টাগ্ৰামৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰে তেওঁৰ নিউ লুকৰ প্ৰতিখন ছবি আৰু ভিডিঅ’ৰ বাবে। আনহাতে যথেষ্ট ট্ৰ'লৰো সন্মুখীন হয় উৰ্ফী।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক