--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীঘল, আৰু ডাঠ চুলি সকলোৱে কামনা কৰে। কিন্তু কেতিয়াবা বেয়া জীৱনশৈলীৰ বাবে আমাৰ চুলি কম বয়সতে সৰিবলৈ আৰম্ভ কৰে। একে সময়তে কম বয়সৰ পৰাই চুলিত বগা ৰং ওলাবলৈ আৰম্ভ কৰে।এই সমস্যাৰ পৰা হাত সাৰিবলৈ মানুহে প্ৰায়ে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে। কিন্তু এইবোৰ দামী ৰাসায়নিক সামগ্ৰীয়ে উপকাৰৰ পৰিৱৰ্তে চুলিৰ অধিক ক্ষতি কৰে।

এই ক্ষেত্ৰত বীটে আপোনাক সহায় কৰিব পাৰে। যদিও বীটে শৰীৰৰ ৰক্তহীনতা দূৰ কৰে বুলি জনা যায়, ই কিন্তু চুলিৰ বাবেও উপকাৰী। বীটৰ সহায়ত উফিৰ সমস্যা দূৰ কৰিব পাৰি। আমি ইয়াত বীট কেনেকৈ ব্যৱহাৰ কৰিব লাগে জনাম

বীট আৰু নিমৰ মিশ্ৰণ- উফিৰ সমস্যাই চুলিৰ আটাইতকৈ বেছি ক্ষতি কৰে।উফিৰ বাবে চুলি সৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বীট আৰু নিমৰ মিশ্ৰণ প্ৰস্তুত কৰিব পাৰে। প্ৰথমে কিছু নিমপাত পানীত উতলাই তাৰপাছত ফিল্টাৰ কৰি তাত ৮ৰ পৰা ১০ টোপাল নিম তেল মিহলাই লওক। এতিয়া তাত দুটা বীট ৰুকি লৈ ২০-২৫ মিনিট ৰাখিব। এতিয়া ইয়াক ফিল্টাৰ কৰি তাৰ ৰসৰে মূৰ ধুৱক।

বীটৰ ৰস খাওক- যদি আপুনি বীটৰ পৰা চুলি গজাটো বিচাৰে তেন্তে আটাইতকৈ সহজ আৰু সৰল উপায় হ’ল বুটমাহৰ ৰস সেৱন কৰা।ইয়াৰ উপৰিও ই আপোনাৰ শৰীৰত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰিব আৰু লগতে চুলি চিকচিকিয়া কৰি তুলিব। ইয়াৰ পুষ্টি বৃদ্ধিৰ বাবে ইয়াত আমলখি আৰু গাজৰো মিহলাই খাব পাৰে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক