--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধুনীয়া আৰু উজ্জ্বল ছাল থকাটো সকলোৰে ইচ্ছা। সেইবাবেই আপুনি যি খায় তাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ স্বাস্থ্য আৰু ছালৰ ওপৰত পৰে। যদি আপুনি বহুদিন বাহিৰৰ পৰা অস্বাস্থ্যকৰ খাদ্য খায়, তেন্তে আপোনাৰ ছালখন নিৰ্জীৱ আৰু শুকান দেখাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত এনেবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত হৈ থাকে, যিয়ে আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ ওলাই অহাত সহায় কৰে। ইয়াৰ ফলত আপোনাৰ শৰীৰটো ভিতৰৰ পৰা পৰিষ্কাৰ হয়, যাতে আপোনাৰ ছালৰ দাগবোৰ আঁতৰ হয়, গতিকে আহকচোন উজ্জ্বল ছালৰ বাবে কি কি খাদ্য খোৱা উচিত।

 উজ্জ্বল ছালৰ বাবে খাদ্য-

১. ডালিম:-ডালিমত ভিটামিন-চি আৰু এন্টি অক্সিডেন্টৰ দৰে গুণ থাকে। যদি আপুনি আপোনাৰ খাদ্য তালিকাত ডালিম অন্তৰ্ভুক্ত কৰে, তেন্তে ই আপোনাৰ ছালখনক দীৰ্ঘদিনলৈ সুস্থ আৰু জিলিকি থকাত সহায় কৰে।

২. তিঁয়হ:-ভিটামিন-চি, ভিটামিন-কে আদি বহুতো এন্টি অক্সিডেন্ট গুণ থাকে তিঁয়হত। তিঁয়হে বয়স বৃদ্ধি প্ৰতিৰোধী গুণ থাকে, সেইবাবেই তিঁয়হ খালে উজ্জ্বল ছাল পোৱাত সহায়ক হয়। তিঁয়হ কাটি চকুত লগালে চকু ক’লা হোৱা সমস্যা দূৰ হোৱাৰ লগতে ইয়াৰ ৰসে ছালৰ মলি আঁতৰ কৰাত সহায় কৰে।

৩. হালধি:-হালধিত এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে। সেইবাবেই হালধি খাদ্যত ব্যৱহাৰ কৰা হয়। হালধি পাচলি, গাখীৰ বা ৰস, চূপ আৰু স্মুদি ইত্যাদি হিচাপে বনাই সেৱন কৰিব পাৰি।

৪. সেউজীয়া চাহ :-গ্ৰীণ টিত এন্টি অক্সিডেন্টৰ দৰে গুণ আছে। গতিকে ইয়াৰ ব্যৱহাৰে আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে। ইয়াৰ ব্যৱহাৰে আপোনাৰ ওজন কমোৱাত সহায় কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ