--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঙালাও গুটিত প্ৰটিন, কেলচিয়াম, আইৰণ আৰু মেগনেছিয়াম আদি গুণ প্ৰচুৰ পৰিমাণে থাকে। সেইবাবেই ৰঙালাও গুটি স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু আপুনি জানেনে যে ৰঙালাও গুটিয়েও আপোনাৰ ছালত বহু উপকাৰ প্ৰদান কৰে? আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ৰঙালাও গুটিৰ ফেচ পেক এটাৰ বিষয়ে। 

এই ফেচ পেকে আপোনাৰ মুখৰ পৰা পিম্পল, দাগ আৰু বলিৰেখা আঁতৰোৱাত সহায় কৰে। কেৱল এয়াই নহয়, ৰঙালাও গুটিয়ে ছালৰ পি এইচ লেভেল বজাই ৰাখে, যাৰ ফলত আপোনাৰ ছালৰ সকলো সমস্যা দূৰ হয়। ইয়াৰ লগতে ছালৰ ৰঙো উন্নত হয় আৰু উজ্জ্বল হয়। 

ৰঙালাও গুটিৰ ফেচ পেক বনাবলৈ প্ৰয়োজনীয় উপাদান-

ৰঙালাও গুটি 
মৌ
আপেলৰ ভিনেগাৰ

ৰঙালাও গুটিৰ ফেচ পেক কেনেকৈ বনাব? 

ৰঙালাও গুটিৰ ফেচ পেক বনাবলৈ প্ৰথমে ৰঙালাও গুটি লওক।
তাৰ পিছত মিক্সাৰ জাৰত পিহি লওক
ইয়াৰ পিছত ইয়াত মৌ আৰু আপেল ভিনেগাৰ দিব।
তাৰ পিছত এই সকলোবোৰ বস্তু একেলগে মিহলাই লওক
এতিয়া আপোনাৰ ৰঙালাও গুটিৰ ফেচ পেক সাজু হৈছে।

ৰঙালাও গুটিৰ ফেচ পেক কেনেকৈ ব্যৱহাৰ কৰিব? 

ৰঙালাও গুটিৰ ফেচ পেক লগোৱাৰ আগতে মুখখন চাফা কৰি লওক।
তাৰ পিছত আপুনি প্ৰস্তুত কৰা পেকটো গোটেই মুখমণ্ডল আৰু ডিঙিত ভালদৰে লগাব।
ইয়াৰ পিছত ১৫-২০ মিনিটমান মুখত লগাই শুকুৱাই লওক।
তাৰ পিছত সাধাৰণ পানীৰে ধুই পৰিষ্কাৰ কৰক।
উত্তম ফলাফলৰ বাবে এই ফেচ পেকটো সপ্তাহত প্ৰায় ১-২ বাৰ লগাব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক