--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নোৰা ফাতেহীয়ে নাচি ভাল পায়। তাতে ৬ ফেব্ৰুৱাৰীত পাৰ হৈ গ’ল ৩১তম জন্মদিন! কোনে পায় আৰু! বন্ধু-বান্ধৱীৰ সৈতে ডুবাইত আছে নোৰা। প্ৰমোদতৰীৰ ভিতৰত মজা কৰি আছে আইটেম গাৰ্ল গৰাকীয়ে। সাগৰৰ নীলা ৰঙৰ মাজৰ প্ৰমোদতৰীত ৰঙীন ফুলেৰে ৰং কৰা চুটি পোছাক পিন্ধি নোৰাই মন গ’লেই বেলি ডান্সিং কৰিছে, মন গ’লেই হিপ ডান্সিং কৰিছে। মুঠতে জন্মদিনত নোৰাৰ মেজাজ সম্পূৰ্ণ প্ৰফুল্ল।

প্ৰমোদতৰীখন বগা বিচনা চাদৰেৰে সজোৱা হৈছে। এটা দামী কেক তাত থোৱা হৈছে। বন্ধুবৰ্গৰ স’তে নোৰাৰ একেলগে নচাৰ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত জুই জ্বলাইছে।

জন্মদিনৰ পাৰ্টিৰ পৰাই সামাজিক মাধ্যমত এটা পোষ্ট দিলে নোৰাই। তাত তেওঁ লিখিছে, "মই ভাবিছিলো যে মই দৃষ্টি আকৰ্ষণ কৰিম, কিন্তু দৃষ্টিয়েই মোক আকৰ্ষণ কৰিলে।’’

চঞ্চল ছোৱালীৰ দৰে নোৰাই সাগৰৰ পাৰত একেলগে নাচিছে। তাৰপাছতে বন্ধু-বান্ধৱীসকলক তেওঁ লৈ গ’ল ৰাতিৰ আহাৰ খাবলৈ। এখন বিলাসী ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ সকলোৱে খালে।

যোৱা ডিচেম্বৰ মাহত ফিফা বিশ্বকাপৰ সামৰণি অনুষ্ঠানত নৃত্য প্ৰদৰ্শনৰ দ্বাৰা নোৰাই সকলোৰে হৃদয়ত স্থান দখল কৰিছিল। প্ৰথমগৰাকী ভাৰতীয় কলা-কুশলী হিচাপে নোৰাই ‘লাইট দ্য স্কাই’ গীতটোৰ জৰিয়তে এক নজিৰ গঢ়ি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক