--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুনীতা মেহতা নামৰ এগৰাকী গ্ৰাহকে ৰাজস্থানৰ উদয়পুৰত থকা পাঞ্জাৱ নেচনেল বেংকৰ এটা লকাৰত টকাখিনি ৰাখিছিল। শেহতীয়াকৈ তেওঁ বেংকলৈ গৈ তেওঁৰ লকাৰ খুলি দেখিলে যে উঁই পোকে তাত আক্ৰমণ কৰিছে। লকাৰত থকা ২ লাখ ১৫ হাজাৰ টকাৰ নোট নষ্ট হৈ হৈছে।

সুনীতাই কয় যে লকাৰত ৰখা সামগ্ৰীৰ সুৰক্ষা নিশ্চিত কৰাটো বেংকৰ দায়িত্ব। তেওঁ ইতিমধ্যে বেংক কৰ্তৃপক্ষৰ ওচৰত এই বিষয়ে অভিযোগ দাখিল কৰিছে।

অভিযোগ কৰা হৈছে যে বেংকত পোক-পতংগ নিয়ন্ত্ৰণ কৰিবলৈ কোনো ব্যৱস্থা লোৱা হোৱা নাই। সেইকাৰণে লকাৰত ৰখা সামগ্ৰীবোৰ ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ২০ ৰ পৰা ২৫ টা লকাৰত উঁইৰ আক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে।

বেংকৰ জ্যেষ্ঠ মেনেজাৰ প্ৰবীণ কুমাৰ যাদৱে কৈছে যে নোটৰ ক্ষতিৰ বিষয়ে তথ্য উৰ্দ্ধতন কৰ্তৃপক্ষক জনোৱা হৈছে। সমস্যাটোৰ সমাধান কৰিবলৈ গ্ৰাহকজনক বেংকলৈ মাতি অনাও হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই