--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিষ্কাষণ বিমানত কেঁচুৱা ছোৱালী জন্ম দিয়ে এগৰাকী আফগান মহিলাই। মহিলাগৰাকীয়ে শনিবাৰে জাৰ্মানীৰ ৰামষ্টাইন এয়াৰ বেছত বিমানখন অৱতৰণ কৰাৰ কিছু মুহূৰ্তৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক স্থানান্তৰ বিমানত সন্তান জন্ম দিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়াৰ মোবিলিটি কমাণ্ডে দেওবাৰে এক টুইটাৰযোগে এই তথ্যৰ অৱগত কৰিছে।

মহিলাগৰাকীয়ে আফগানিস্তানে তালিবান অধিগ্ৰহণৰ কৰাৰ পাছত পলায়ন কৰোঁতে যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত চি-১৭ পৰিবহণ বিমানত প্ৰসৱ বেদনাত ছটফটাইছিল বুলিও এয়াৰ মোবিলিটি কমাণ্ডৰে প্ৰকাশ কৰে।


বিমানখন ৰামষ্টাইন ঘাটিত মাটিত থকাৰ পাছত, বায়ু সেনাৰ ৮৬ সংখ্যক চিকিৎসা গোটৰ কৰ্মীয়ে চি-১৭ৰ কাৰ্গো বে'ত কেঁচুৱাটো প্ৰসৱ কৰাত সহায় কৰিছিল। পৰৱৰ্তী সময়ত কেঁচুৱা আৰু মাতৃক পৰ্যাপ্ত সুবিধাৰ বাবে ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু তেওঁলোকৰ অৱস্থা সম্প্ৰতি ভাল বুলি সামৰিক বাহিনীয়ে জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে