--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ সকলো যুৱক-যুৱতীয়ে কিম জং উনক ‘সন্মানীয় পিতা’ (Respected Father) বুলি মাতিব লাগিব। শেহতীয়াকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে। 

ইয়াৰ পূৰ্বেও কিমৰ পিতৃ জম জং দ্বিতীয় আৰু ককাক কিম দ্বিতীয় চাঙেও দেশৰ নৱপ্ৰজন্মক একেটা নিৰ্দেশেই দিছিল। তেওঁলোকক ‘সন্মানীয় পিতা’ বুলি কোৱা হৈছিল। 

নাম প্ৰকাশত অনিচ্ছুক এজন ব্যক্তিয়ে জানিবলৈ দিয়ে যে চলিত মাহতে এক শিক্ষামূলক ভাষণত দেশৰ ১৪ৰ পৰা ৩৫ বছৰৰ ভিতৰৰ যুৱ সকলক কিমক ‘পিতা’ বুলি মাতিবলৈ নির্দেশ দিয়া হৈছে৷ কিমৰ এই নিৰ্দেশ দেশৰ যুৱক-যুৱতীসকলে ভালদৰে গ্ৰহণ কৰা নাই।

কিম জং উনৰ বয়স এতিয়া  মাত্ৰ ৩৮ বছৰ। বহুতে এই কথাত অস্বস্তিত পৰিছে। তেওঁলোকৰ মতে, কিম এতিয়াও তৰুণ। তদুপৰি, তেওঁ নিজৰ পূৰ্বজসকলৰ দৰে অভিজ্ঞ হৈ উঠিব পৰা নাই। গতিকে বহুতে তেওঁক ‘পিতা’ বুলি সম্বোধন কৰিবলৈ আগ্ৰহী নহয়।

উল্লেখ্য যে কিমৰ পিতৃ আৰু ককাকে ক্ৰমে ৫৩ আৰু ৫৫ বছৰ বয়সত এই খিতাপ গ্ৰহণ কৰিছিল। বহুতে দাবী কৰে যে ইমান কম বয়সতে কিমৰ নিৰ্দেশৰ বাবেই যুৱক-





















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস