--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাচলিৰ ৰজা আলু৷ প্ৰায় সকলো তৰকাৰীতেই আলু লাগেই৷ ভাৰতৰ প্ৰায়ভাগ ৰাজ্যতে আলু খেতি কৰা হয়৷ কিন্তু শেহতীয়াকৈ  উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ জিলাত  এজন কৃষকৰ পথাৰত ওলোৱা এটা আলুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ সেই আলুটোৰ ওজন দুই কিলোগ্ৰাম৷ এনে এক বিশাল আকাৰৰ আলু দেখি খোদ আলু খেতিয়কজনো আচৰিত হৈ পৰিছে৷

এই আলুটো চাবলৈ এতিয়া কঋ.ক জনৰ ঘৰত বহুতে ভিৰ কৰিছে৷ জানিব পৰা মতে জিলাখনৰ জাহানগঞ্জ আৰক্ষী থানা অন্তৰ্গত  পাটাউজা গাঁৱৰ এজন কৃষক মেৰাজ হুছেইনৰ পথাৰত  উৎপাদন হৈছে এই বিশাল আকৃতিৰ আলুটো । এইবছৰ উত্তৰ প্ৰদেশত আলুৰ উৎপাদন বৰ ভাল হৈছে৷ 

উত্তৰ প্ৰদেশৰ সেই জিলা খনৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তলৈ আলু পঠিওৱা হয়৷  কিন্তু কেতিয়াও ইমান ডাঙৰ আলু উৎপাদন হোৱা নাছিল৷  কৃষকজনে প্ৰকাশ কৰা মতে  তেওঁ বহু বছৰৰ পৰাই আলুৰ খেতি কৰি আহিছে,  কিন্তু ইমান ডাঙৰ আলু প্ৰথমবাৰৰ বাবে উৎপাদন হৈছে৷ আলুটো কি কাৰণত ইমান ডাঙৰ হ’ল সেয়া কঋষি বিজ্ঞানীসকলেহে বাখ্যা কৰিব পাৰিব৷ ইয়াৰ আৰঁত কিবা জেনেটিক কাৰণো থাকিব পাৰে বুলি বহুতে মন্তব্য কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক