--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান মেকডনাল্ডছ ইণ্ডিয়া - নৰ্থ এণ্ড ইষ্টৰ  ব্ৰেণ্ড এম্বেচেডৰ হিচাবে নিযুক্তি দিয়া হৈছে অভিনেতা কাৰ্তিক আৰিয়ানক । কোম্পানীৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চুক্তিপত্ৰত  স্বাক্ষৰ কৰি অভিনেতাগৰাকীয়ে কয় যে যুৱসকলৰ সৈতে তেওঁৰ শক্তিশালী সংযোগে  কোম্পানীটো ব্যৱসায়  শক্তিশালী কৰিব বুলি তেওঁ আশাবাদী। 

কোম্পানীটোৰ ভাৰতীয় শাখাৰ অধ্যক্ষ সঞ্জীৱ আগৰৱালাই  কয়, "কাৰ্তিক আৰ্যন এজন যুৱ আইকন আৰু পৰিয়ালসমূহৰ মাজত  এক জনপ্ৰিয় নাম। আমি অনুভৱ কৰোঁ যে দৰ্শকৰ সৈতে তেওঁৰ শক্তিশালী সম্পৰ্ক, গণ আবেদন আৰু মনোমোহা ব্যক্তিত্ই তেওঁক ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে এক আইকন হিচাপে প্ৰতিষ্ঠা  কৰিছে । আমি তেওঁক 'মেকফেমিলি'লৈ স্বাগতম জনাবলৈ পাই উৎসাহিত।"  

অভিনেতাজনে সকলো বয়সৰ লোকক কোম্পানীটোৰ বিপনীলৈ স্বগতম জনায়।  উচ্চ ব্ৰেণ্ডৰ খাদ্যই সকলোকে আনন্দিত কৰিব বুলিও তেওঁ কয়। উল্লেখ্য এই অঞ্চলৰ ব্যৱসায় কনট প্লাজা ৰেষ্টুৰেণ্ট প্ৰাইভেট লিমিটেডে পৰিচালনা কৰে আৰু সমগ্ৰ উত্তৰ আৰু পূৱ ভাৰতত ইয়াৰ ১৫০  খন  বিপনী আছে।কোম্পানীটোৱে ৫,০০০ লোকক নিযুক্তি প্ৰদান কৰিছে। গুৱাহাটীতো মেকডনাল্ডছ ইণ্ডিয়াৰ বিপনী আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক