--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা বৰ্ষৰ পৰা বন্ধ হ’ব জনপ্ৰিয় গাড়ী মাৰুটি এল্ট’৮০০-ৰ বিক্ৰী! ২০২৩ চনৰ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ৰিয়েল ড্ৰাইভিং এমিছন (RDE) আইন। ইয়াৰ ফলস্বৰূপে, বহুতো জনপ্ৰিয় গাড়ী নিৰ্মাতা সংস্থা সমস্যাত পৰিব।

শেহতীয়া এক প্ৰতিবেদন অনুসৰি, নতুন নিয়মৰ সৈতে তাল মিলাব নোৱাৰাৰ বাবে এপ্ৰিলৰ পৰা দেশত ১৭ খন গাড়ীৰ বিক্ৰী বন্ধ কৰা হ’ব। তালিকাত দেশৰ অন্যতম জনপ্ৰিয় গাড়ী Maruti Alto 800 ৰ নামো অন্তৰ্ভুক্ত আছে।

নতুন নিয়মৰ অধীনত সকলো বাহনত এক ছেল্ফ ডায়’গ্নেষ্টিক ডিভাইচ স্থাপন কৰা হ’ব। এই চেন্সৰে গাড়ী চলোৱাৰ সময়ত নিৰ্গমনৰ স্তৰ চিনাক্ত কৰিব। আৰ ডি ই চেন্সৰে প্ৰকৃত সময়ত গাড়ীখনে কিমান NOx নিৰ্গত কৰি আছে সেয়া জোখাত সক্ষম হ’ব। ফলস্বৰূপে গাড়ীখনৰ মূল্য বৃদ্ধি হ’ব। যিটো গ্ৰাহক আৰু গাড়ী নিৰ্মাতাসকলৰ বাবে ভাল খবৰ নহয়। নতুন নিয়মৰ দ্বাৰা ডিজেল চালিত গাড়ীবোৰ আটাইতকৈ বেছি প্ৰভাৱিত হ’ব।

Maruti Alto 800-ৰ উপৰিও, তালিকাখনত Tata Altroz ডিজেল, Renault Kwid 800, Mahindra Alturas G4, Mahindra Marazzo, Mahindra KUV100, Nissan Kicks, Toyota Innova Crysta পেট্রল, Skoda Octavia, Skoda Superb , Hyundai i20 ডিজেল, Hyundai Verna ডিজেল, Honda City 4th Gen, Honda City 5th Gen ডিজেল, Honda Amaze ডিজেল, Honda Jazz আৰু Honda WR-V আদি গাড়ী অন্তৰ্ভুক্ত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement