--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আৰম্ভ হৈছে উৎসৱৰ বতৰ। বছৰৰ এই সময়ছোৱাত ইটোৰ পাছত সিটো উৎসৱৰ আগমন ঘটে। গতিকে এই উৎসৱৰ সময়ছোৱাৰ বাবে সকলোৱে আগ্ৰহৰে অপেক্ষা কৰে আৰু নিজকে কেনেকৈ সুন্দৰ কৰি তুলিব পাৰি, তাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰে। সেয়েহে ইয়াৰ বাবে আপুনি নিজকে কেনেকৈ সাজু কৰি তুলিব পাৰে তাৰে কিছু সহজ আৰু গুৰুত্বপূৰ্ণ কথা জানো আহক।

 উৎসৱত নিজকে কেনেকৈ ধুনীয়া দেখাব পাৰি জানো আহক?

 ১. ব্যায়াম কৰাঃ-

দৈনিক ব্যায়ামৰ ৰুটিনখন নিশ্চিত কৰি তোলক। লগতে আৱশ্যকীয় তেল আপোনাৰ ছালৰ প্ৰকাৰ অনুসৰি ব্যৱহাৰ কৰক। ইয়াৰ ফলত উৎসৱ-পাৰ্বণৰ সময়ছোৱাত আপোনাৰ ছালখন জিলিকি উঠিব।

২. ছাল পৰিষ্কাৰ কৰাঃ-

উৎসৱৰ বতৰত আমি বহু ধৰণৰ প্ৰশাধন সামগ্ৰী ব্যৱহাৰৰ প্ৰৱণতা ৰাখোঁ। সেয়েহে এই সময়ছোৱাত স্ক্ৰীনখন ভালদৰে পৰিষ্কাৰ কৰিবলৈ টোনাৰ বা ছিৰামও ব্যৱহাৰ কৰিব পাৰে।

৩. গৰম পানী ব্যৱহাৰ নকৰিবঃ-

বতৰ ঠাণ্ডা হোৱাৰ লগে লগে আমিও গৰম পানীৰে গা ধুব বিচাৰো। কিন্তু গৰম পানীৰে মুখ ধুব নালাগে। গৰম পানীয়ে মুখৰ ছাল শুকান কৰাৰ লগতে প্ৰাকৃতিক তেলখিনিও শুকুৱাই দিয়ে, যাৰ ফলত ছালখন নিৰ্জীৱ যেন দেখাবলৈ আৰম্ভ কৰে।

৪. ভিটামিন-ইঃ-

ভিটামিন-ই আৰু আৱশ্যকীয় তেল থকা ছালৰ সুৰক্ষামূলক লোচন আৰু তেল লগাব লাগে। ছালত গ্লো আনিবলৈ আটাইতকৈ সহজ উপায় হ’ল দিনটোত ৮ৰ পৰা ১০ গিলাচ পানী খোৱা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement