--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনৰ সমস্যা সমাধানবিহীন গণিত নহয়৷ সমাধান থাকেই প্ৰতিটো সমস্যাৰ৷ মাথোঁ জীৱনক ভালপাব লাগে৷ আশাৰ পোহৰেৰে মচি দিব লাগে হতাশাৰ প্ৰচ্ছায়া৷ গভীৰ সুৰংগৰো শেষ থাকে৷ সুৰংগৰ শেষত থাকে আশাৰ পোহৰ৷

আশা আৰু জীৱনৰ পোহৰেৰে সুৰংগৰ শেষৰ পৰা উদ্ধাৰ কৰা হৈছিল শ্ৰমিকসকলক৷ উত্তৰাখণ্ডৰ এই ঘটনাত দৃষ্টি নিবদ্ধ আছিল দেশবাসীৰ৷ বিশেষকৈ শ্ৰমিকসকলক সুকলমে উদ্ধাৰ কৰাৰ পাছত স্বস্তিৰ নিশ্বাস পেলাইছিল সকলোৱে৷ 

এতিয়া সুৰংগৰ এই কাহিনীৰে নিৰ্মাণ কৰা হ’ব চিনেমা৷ উত্তৰকাশীৰ বাস্তৱিক কাহিনীৰে নিৰ্মাণ হোৱাৰ দিশে চিনেমা৷ জানিব পৰা গৈছে যে ভাৰতৰ সফল অভিযানৰ আধাৰত কেইবাগৰাকীও চলচ্চিত্ৰ-নিৰ্মাতা আৰু প্ৰযোজনা-প্ৰতিষ্ঠান সাজু হৈছে৷ ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সংস্থা (আইএমপিপিএ), প্ৰডিউচাৰ গীল্ড অব্ ইণ্ডিয়া আৰু মুম্বাইৰ ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন প্ৰডিউচাৰ কাউন্সিলে (আইএফটিপিচি) ইতিমধ্যে চিনেমা শিৰোনামৰ তালিকা দাখিল কৰা আৰম্ভ কৰিছে।

আইএমপিপিএৰ অধ্যক্ষ অভিনেতা অনিল নাগ্ৰাই কয় যে তেওঁৰ কাৰ্যালয়ে ইতিমধ্যে চিনেমাৰ ‘টাইটেল’ বুক কৰাৰ বাবে কেইটামান অনুৰোধ লাভ কৰিছে। ‘উদ্ধাৰ, উদ্ধাৰ ৪১, আৰু মিছন ৪১ -৷দ্য গ্ৰেট ৰেচকিউ’ৰ দৰে শিৰোনাম দাখিল কৰা আৰম্ভ হৈছে। যিবোৰ ইতিমধ্যে পঞ্জীয়ন কৰা হৈছে। অৱশ্যে, ঘটনাটোৰ পৰিপ্ৰেক্ষিতত এনে বহুতো নাম এতিয়াও পঞ্জীয়ন কৰা হ’ব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক