--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী দিব্যাংগ ছাত্ৰীৰ প্ৰধানমন্ত্ৰীলৈ কাতৰ আহ্বানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ জম্মু-কাশ্মীৰৰ কথুৱা জিলাৰ স্কুলীয়া ছাত্ৰী ছীৰাট নাজৰৰ পদাংক অনুসৰণ কৰি উধামপুৰৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ লিখি অনুৰোধ কৰিছে। দিব্যাংগ ছাত্ৰী কাজলে প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ লিখি তেওঁৰ লগতে বন্ধু-বান্ধৱীৰ বাবে স্কুললৈ যোৱা পথটো উন্নত কৰাৰ বাবে অনুৰোধ জনাইছে।


এই পথচোৱা ফাংয়াল পঞ্চায়তৰ প্ৰশাসনৰ অধীনলৈ আহে। স্কুলত নিজৰ আৰু বন্ধু-বান্ধৱীৰ দৈনন্দিন অসুবিধাৰ কথা ব্যক্ত কৰি কাজলে কয় যে কাজলে স্কুললৈ যোৱা একমাত্ৰ পথটোৰ অৱস্থা এনেকুৱা যে তাত যাতায়ত কৰি থাকোঁতে বহুবাৰ পৰি গৈছে এনেকুৱা যে- ইয়াত যাত্ৰা কৰাটো তেওঁ আৰু বন্ধুসকলৰ বাবে এক বিপদতকৈ কম নহয়।


কাজলে লগতে কয় যে -স্কুললৈ যাবলৈ আমি এটা ভাল পথ পোৱা উচিত।বৰ্তমান চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ দুৰ্দশাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে কাজলে দেশৰ প্ৰধানমন্ত্ৰী মোদীলৈ লিখা আৱেগিক পত্ৰখনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক