--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমিৰ খানৰ হ’ব লগা জোঁৱায়েক নুপুৰ শ্বিকাৰেৰ পুৰণি কিছু ফটো ভাইৰেল হৈ পৰিছে। ভাইৰেল হৈ পৰাৰ কাৰণ হৈছে ফটোসমূহত শ্বিকাৰেক নগ্নৰূপত দেখা গৈছে।

উলল্লেখ্য যে শুক্ৰবাৰে আমিৰৰ কন্যা ইৰাৰ স’তে শ্বিকাৰেৰ বাগদান সম্পন্ন হৈ যায়। যোৱা ছেপ্টেম্বৰ মাহতে চিনেমাৰ ষ্টাইলত আঁঠু কাঢ়ি ইৰাক প্ৰেমৰ প্ৰস্তাৱ যাচিছিল শ্বিকাৰেই।

শ্বিকাৰে সৰুৰে পৰা ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ ভাল টেনিছ খেলিছিল। তেওঁ এজন টেনিছ খেলুৱৈ হোৱাৰ সপোন দেখিছিল। অৱশ্যে, বৰ্তমান তেওঁ এজন ফিটনেছ প্ৰশিক্ষক।

মুম্বাইত ফিটনেছ প্ৰশিক্ষক হিচাপে শ্বিকাৰেৰ সুনাম আছে। বিশেষকৈ বলিউডৰ তাৰকাসকলক ফিটনেছৰ যতন লৈ আহিছে তেওঁ। সুস্মিতা সেনৰ দৰে বহুতো তাৰকাক প্ৰশিক্ষণ দিছে শ্বিকাৰেই।

শেহতীয়াকৈ ভাইৰেল হোৱা ছৱিসমূহ ২০১৯ চনত তোলা হৈছিল। অৰ্থাৎ ৰণবীৰ সিঙৰ বহু পূৰ্বেই কেমেৰাৰ সমুখত উলংগ হৈছিল নুপুৰ শ্বিকাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত উজলিল অসম; দেশৰ ভিতৰতে শ্ৰেষ্ঠ অসমৰ ৩খন গাঁও পঞ্চায়ত
ভাৰতত ভয়াৱহ আক্ৰমণৰ ষড়যন্ত্ৰ ISIৰ
দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা