--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাক-দেউতাক ব্যস্ত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিয়াত। আনহাতে তেওঁলোকৰ কন্যা ব্যস্ত ওৰে নিশা পাৰ্টি কৰাত। ইয়াৰ দ্বাৰা অজয় দেৱগণ-কাজল আৰু তেওঁলোকৰ কন্যা ন্যাচা দেৱগণৰ কথা কোৱা হৈছে।

শেহতীয়াকৈ ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে ন্যাচাই গোলাপী ৰঙৰ পোছাক পিন্ধি গাড়ীৰ পৰা নামি আহিছে। চকুত আই শ্বেডো, ওঁঠত গোলাপী লিপষ্টিক, জিলিকা দুগাল। গাড়ীৰ পৰা নামি তেওঁ পাৰ্টি কৰিবলৈ সোমাই গ’ল। কিন্তু সেই ৰূপটো ঘূৰি অহাৰ সময়ত সলনি হৈ গ’ল। যেন এটা ‘ভূত’হে!

কাজল আৰু অজয় ​​দেৱগনৰ কন্যাই ইতিমধ্যে বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি কৰি ভাল পায়। তেওঁ অৰহন অৱত্ৰামণিৰ সৈতে বিভিন্ন পাবত প্ৰৱেশ আৰু প্ৰস্থান কৰা দেখা যায়।

কিন্তু শেহতীয়া এটা মাজনিশাৰ পাৰ্টিত কেৱল বেষ্ট ফ্ৰেণ্ড অৰহানেই নহয়, পাৰ্টিটোত ছৈফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খান, শ্বেতা তিৱাৰীৰ কন্যা পলক তিৱাৰী, শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান আৰু কন্যা চুহানা খানও উপস্থিত আছিল।

পাৰ্টি শেষ কৰি তাৰ পৰা ওলাই আহোঁতে ন্যাচাই থৰক-বৰককৈ খোজকঢ়া দেখা গ’ল। মুখৰ সকলো মেকআপ বিধ্বস্ত। কেৱল নিচা কৰিয়েই এনেকৈ বিধ্বস্ত হৈ পৰিছে কাজল-কন্যা? নে ভিতৰত আৰু কিবা এটা ঘটিল? ছচিয়েল মিডিয়াত তেওঁক লৈ কটুক্তিৰ ধুমুহা উঠিছে। অনেকে ব্যংগাত্মক মন্তব্যও কৰিব ধৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক