--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মেষ ৰাশি – আইন সম্পৰ্কীয় কাম কাজত ৰেহাই পাব।মাতৃৰ সৈতে যাত্ৰাৰ সম্ভাৱনা । শুভ সংখ্যা ৫, শুভ ৰং গুলপীয়া ।

বৃষৰাশি – যদি কৰবালৈ যোৱাৰ বাবে পৰিকল্পনা কৰিছে তেন্তে লগত নিব লগা সামগ্ৰী ভালদৰে পৰীক্ষা কৰক। শুভ সংখ্যা ৪, শুভ ৰং নীলা।

মিথুনৰাশি – কোনো ভাল বন্ধুৰ পৰা দুখৰ খবৰ পাব পাৰে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে জ্যেষ্ঠ জনৰ দিহা পৰামৰ্শ গ্ৰহণ কৰিব। শুভ সংখ্যা ১, শুভ ৰং হালধীয়া।

কৰ্কটৰাশি-  স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰাখিব। আৰ্থিক দিশত আজিৰ দিনটো ভাল। শুভ সংখ্যা ৩, শুভ ৰং নীলা।

সিংহ ৰাশি – ভাগ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু দূৰ্বল। খৰছো বৃদ্ধি পোৱাৰ সম্ভাৱনা। স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক শক্তিশালী হব। শুভ সংখ্যা ৭, শুভ ৰং বগা।

কন্যা ৰাশি-  পৰিয়ালৰ লোকৰ সৈতে সমন্ধ বোৰো মজবুত হব যদিও কোনো মুহুৰ্তত হতাশা আহিব পাৰে । শুভ সংখ্যা ২, শুভ ৰং বেঙুনীয়া।

তুলাৰাশি – সন্তানৰ ভৱিষ্যতক লৈ কিছু সমস্যাত থাকিব। শৰীৰ মধ্যম। শুভ সংখ্যা ৫, শুভ ৰং বগা।

বৃশ্চিক ৰাশি –  ব্যৱসায়ী-উদ্যমী সকলৰ বাবে দিনটো ভাল। নতুন সংযোগ হোৱাৰ সংকেত। শুভ সংখ্যা ১, ৰং নীলা।

ধনু ৰাশি –  ক্ৰোধ সম্বৰণ কৰিব। লোকচান হোৱাৰ সম্ভাৱনা। স্বাস্থ্যৰ প্ৰতি নজৰ দিব । শুভ সংখ্যা ৮, শুভ ৰং বগা ।

মকৰ ৰাশি-  শিক্ষাৰ্থী সকলৰ বাবে দিনটো ভাল। যাত্ৰাৰ সংযোগ। শুভ সংখ্যা ৮, শুভ ৰং বগা ।

কুম্ভৰাশি – খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব । পৰিয়ালৰ মাজতো খঙৰ বাবে মনোমালিন্য আনিব পাৰে। সাৱধানে চলিব। শুভ সংখ্যা ৯, শুভ ৰং সুমথিৰা।

মীন ৰাশি – কোনো ভয় বা শংকাৰ বাবে মনত খুদুৱনি থাকিব। সন্ধিয়া ঘৰলৈ আলহী অতিথি অহাৰ সংযোগ। শুভ সংখ্যা ৪, শুভ ৰং ধোঁৱা বৰণ বা ছাই বৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ