--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানিৰ শিক্ষাগত অৰ্হতা কিমান? ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিজনে ডিগ্ৰী পিছে  সম্পূৰ্ণ কৰা নাছিল। তেওঁ গুজৰাটৰ শেঠ চিমনলাল নাগিন্দস বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। 

পিছত, তেওঁ বাণিজ্য শাখাৰ  স্নাতক ডিগ্ৰীত নাম ভৰ্তি  কৰে। অৱশ্যে, তেওঁ  দ্বিতীয় বছৰৰ পিছতঅধ্যয়ন  বন্ধ কৰে। পঢ়া-শুনা বন্ধ কৰাৰ পিছত তেওঁ মুম্বাইত মহেন্দ্ৰ ব্ৰাদাৰ্ছৰ বাবে হীৰাৰ  ব্যৱসায় আৰম্ভ কৰে।  বৰ্তমান, ভাৰতৰ শীৰ্ষ  বিলিয়নেয়াৰগৰাকীয়ে  প্ৰায় ২০০ বিলিয়ন ডলাৰ সম্পদৰ গৰাকী।  মুকেশ আম্বানী আৰু গৌতম আদানিৰ সম্পত্তিৰ  মুঠ মূল্য ক্ৰমান্বয়ে ৯৫.৩ বিলিয়ন ডলাৰ আৰু ৯৮.১ বিলিয়ন ডলাৰ।

যদিও তেওঁলোক উচ্চ শিক্ষিত নহয়, তেওঁলোকৰ অসাধাৰণ ব্যৱসায়িক কুশলতা আছে। গৌতম আদানিৰ ব্যয়বহুল সম্পত্তিবোৰৰ ভিতৰত আছে তেওঁৰ দিল্লীৰ লুটিয়েনত থকা  ৪০০ কোটি টকাৰ ঘৰটো। ৩.৪ একৰ ভূমিত বিয়পি থকা, এই ঘৰটো কোটিপতিজনৰ আটাইতকৈ ব্যয়বহুল সম্পত্তিবোৰৰ ভিতৰৰে  এটা। 

তেওঁৰ গুৰগাওঁত এটা বাংলো আৰু আহমেদাবাদতো এটা ঘৰ আছে। তেওঁ তেওঁৰ পত্নী প্ৰীতি আদানি, পুত্ৰ কৰণ আৰু জিত আদানি , বোৱাৰীৰ সৈতে বাস কৰে। এনে সম্পত্তিবোৰৰ বাহিৰেও আদানীৰ  ব্যক্তিগত জেট, বহু কেই খন বিলাসী গাড়ী আৰু হেলিকপ্টাৰ আদিও  আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক