--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ লণ্ডনস্থিত ভাৰতীয় দূতাবাসত খালিস্তানীসকলৰ প্ৰতিবাদৰ কিছুদিনৰ পিছতেই নতুন দিল্লীত থকা ব্ৰিটিছ দূতাবাসৰ বাহিৰৰ পৰা বেৰিকেড আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হল৷ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা মতে, "ব্ৰিটিছ উচ্চায়ুক্তৰ বাহিৰত নিৰাপত্তাৰ ব্যৱস্থা অক্ষত অৱস্থাত আছে। অৱশ্যে আয়োগৰ ফালে যোৱা পথত স্থাপন কৰা বেৰিকেডসমূহ আঁতৰাই পেলোৱা হৈছে যিয়ে যাতায়তৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছিল।"

 সামাজিক মাধ্যমত খালিস্তান সমৰ্থকসকলৰ প্ৰতিবাদৰ সময়ত লণ্ডনত ভাৰতীয় দূতাবাসৰ ভাৰতৰ পতাকা নমাই দিয়াৰ ভিডিঅ প্ৰকাশ পোৱাৰ পিছতে দেওবাৰে নিশা ব্ৰিটিছ উপ-উচ্চায়ুক্তক চমন কৰি সম্পূৰ্ণ “নিৰাপত্তাৰ অনুপস্থিতিৰ বিষয়ে ব্যাখ্যাৰ দাবী জনায়।

 ইপিনে ব্ৰিটিছ শীৰ্ষ বিষয়াসকলে কয় যে ব্ৰিটেইন চৰকাৰে ভাৰতীয় উচ্চায়ুক্তৰ নিৰাপত্তাক “গুৰুতৰভাৱেব, কিয়নো ব্ৰিটিছ কৰ্তৃপক্ষৰ মতে ভাৰতীয় দূতাবাসত বিচ্ছিন্নতাবাদী খালিস্তানী পতাকা উৰুৱাই প্ৰতিবাদকাৰীৰ এটা দলে কৰা কাৰ্য্যক “লজ্জাজনক আৰু “অগ্ৰহণযোগ্য বুলি গৰিহণা দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ