--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯৭ নম্বৰৰ জাৰ্চি। সৰফৰাজ খানে যেতিয়াই খেলপথাৰত খেলিছে তেতিয়াই এই নম্বৰৰ জাৰ্চি পিন্ধি খেলিছে। ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত ভাৰতীয় দলত অভিষেক ঘটায় ছাৰফৰাজে। তাতো তেওঁ ৯৭ নম্বৰৰ জাৰ্চিও পিন্ধিছিল। ছাৰফৰাজৰ জাৰ্চিত এই বিশেষ নম্বৰটো কিয়? ইয়াৰ আঁৰত এটা কাহিনী আছে।

এই নম্বৰৰ আঁৰত আছে সৰফৰাজৰ পিতৃ নৌছাদ খান। মুম্বাইৰ ঘৰুৱা ক্ৰিকেটত তেওঁৰ নাম আছে। প্ৰশিক্ষক হিচাপে নৌছাদৰ নামত দুটা নম্বৰ আছে। হিন্দীত ৯ক নও আৰু ৭ক ছাত (ছাদ-ৰ অপ্ৰভ্ৰংশ) বুলি কোৱা হয়। ছাৰফৰাজে পিতৃৰ হৈ এই নম্বৰৰ জাৰ্চি পিন্ধি খেলিছিল। ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলৰ পৰা আৰম্ভ কৰি আই পি এললৈকে সৰফৰাজৰ জাৰ্চিত সকলোতে দেখা গৈছে ৯৭ নম্বৰ। সেইটো ৰাজকোটতো দেখা গ’ল।

সতীৰ্থৰ মাজত থিয় হৈ অনিল কুম্বলেৰ পৰা টেষ্ট অভিষেকৰ কেপ লয় ছাৰফৰাজে। পুত্ৰৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ মুহূৰ্তটোৰ সাক্ষী পিতৃ। কিছু দূৰৈত থিয় হৈ সি চাই থাকিল। নাউছাদে নিজৰ আৱেগক ধৰি ৰাখিব পৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ