--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰযুক্তিৰ বাহাৰে যাতে প্ৰকৃতিৰ ওপৰত আঁচোৰ পেলাব নোৱাৰে তাৰ বাবে ভাৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ মহাৰাষ্ট্ৰৰ থানেত   প্ৰায় ১২ হেক্টৰ বৰ্ষাৰণ্যৰ সুৰক্ষাৰ  বাবে বুলেট ট্ৰেইন প্ৰকল্পৰ বাবে সাগৰৰ তলিৰে এটা সাত কিলোমিটাৰ দীঘল সুৰংগ  নিৰ্মাণ কৰা হ'ব।ইয়াৰ ফলত মুম্বাই-আহমেদাবাদ হাই স্পীড ৰে'ল কৰিডৰ প্ৰকল্পৰ ২১ কিলোমিটাৰ দীঘল বান্দ্ৰা কুৰ্লা কমপ্লেক্স ষ্টেচনৰ পৰা শিলফাটালৈ নিৰ্মাণ ব্যয় ১০০ কোটি পৰা ১০,০০০ কোটিলৈ  বৃদ্ধি পাব বুলি চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে৷ 

উল্লেখ্য   আহমেদাবাদ চহৰ আৰু ভাৰতৰ অৰ্থনৈতিক কেন্দ্ৰ মুম্বাইক সংযোগ কৰিব পৰাকৈ জাপানৰ সহায়ত বুলেট ৰে’ল প্ৰকল্প ৰূপায়ণ কৰিব ভাৰতে৷ এই প্ৰকল্প  জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাৰ (জেআইচিএ) জৰিয়তে জাপানৰ সহায়ত নিৰ্মাণ কৰা হ'ব।বুলেট ট্ৰেইন বা হাই স্পীড ৰে’ল হৈছে এক একত্ৰিত প্ৰণালী, য'ত বিভিন্ন উপাদানৰ সামগ্ৰিক অপ্টিমাইজেচন থাকে, যেনে হাৰ্ডৱেৰ, ছফ্টৱেৰ, হিউমেন-ৱেৰ, আৰু সেইবোৰৰ আন্তঃপৃষ্ঠ ইত্যাদি।

৭৫০ জন যাত্ৰীৰ ক্ষমতা থকা ৰে'লখনে ঘণ্টাত ৩২০ কিমিৰ  পৰা ৩৫০ কিলোমিটাৰ গতি কৰিব পাৰিব৷ এই ৰে’লে আহমেদাবাদ আৰু মুম্বাইৰ মাজত ভ্ৰমণৰ সময় বৰ্তমানৰ আঠৰ ঘণ্টাৰ পৰা পৰা চাৰে তিনি ঘণ্টা বা তাতকৈও কম পৰিমাণলৈ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক