--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰত গৌৰব মীৰাবাঈলৈ ৰে’ল বিভাগৰ ২ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে৷ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে টকিঅ' অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা ভাৰত গৌৰব মীৰাবাঈ চানুক সম্বৰ্ধনা জনায় আৰু ২ কোটি টকাৰ পুৰস্কাৰ আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেত তেওঁৰ চাকৰিত পদোন্নতি ঘোষণা কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু কৰ্ম স্পৃহাই বিশ্বজুৰি কোটি কোটি লোকক অনুপ্ৰাণিত কৰিছে। মীৰাবাঈক সম্বৰ্ধনা জ্ঞাপন কৰি টুইটাৰ যোগে তেওঁ লিখে , 'ভাৰত গৌৰব মীৰাবাঈ চানুক সাক্ষাৎ কৰি অভিনন্দন জনোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা৷ তেওঁ এনেদৰে ভাৰতৰ নাম উজ্বলাই থাকক৷ '

উল্লেখ্য যে মণিপুৰৰ বাসিন্দা চানুক বিগত ২০১৮ চনৰ এপ্ৰিল মাহত উত্তৰ-পূব সীমান্ত ৰে'লৱেত বিশেষ কৰ্তব্য (ক্ৰীড়া) বিষয়া হিচাপে পদোন্নতি দিয়া হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement