--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনীতিৰ পৰা অৱসৰ ল’ব কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে! আপাততঃ তেনে ইংগিতেই দিলে ছোনিয়াই৷ ছত্তীশগড়ৰ ৰায়পুৰত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় দিনা ছোনিয়া গান্ধীয়ে অৱসৰৰ ইংগিত দি  দলটোৰৰ প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে কয়, "মোক আটাইতকৈ বেছি সন্তুষ্ট কৰা কথাটো হ'ল  এয়াই যে মোৰ যাত্ৰা ভাৰত জোড়ো  যাত্ৰাৰ সৈতেই সমাপ্ত হ'ব পাৰে। ''

ৰায়পুৰ অধিৱেশনত উপস্থিত থকা এআইচিচিৰ ১৫,০০০ প্ৰতিনিধিক সম্বোধন কৰি ছোনিয়াই তেওঁৰ পুত্ৰ ৰাহুলৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰাৰ প্ৰশংসা কৰে। "ভাৰত জোড়ো  যাত্ৰা দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট। এই যাত্ৰাই প্ৰমাণ কৰিছে যে ভাৰতৰ জনসাধাৰণে সম্প্ৰীতি, সহিষ্ণুতা আৰু সমতা বিচাৰে।  বিজেপিয়ে সংখ্যালঘু, দলিত, আদিবাসী আৰু মহিলাৰ বিৰুদ্ধে ঘৃণাৰ জুই বিয়পাই আছে। ''ৰায়পুৰত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় দিনা ৰাষ্ট্ৰীয় পৰ্যায়ত সমভাবাপন্ন  দলসমূহৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা  হয়। শুকুৰবাৰে অধিৱেশনৰ প্ৰথম দিনা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি শীৰ্ষ নেতৃত্বই দলিত, অ'বিচি, আদিবাসী, সংখ্যালঘু, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে দলৰ সৰ্বোচ্চ সংস্থা - কংগ্ৰেছ ৱৰ্কিং কমিটিৰ আধা পদ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লয়। ফলস্বৰূপে, এই অধিৱেশনত কাৰ্যকৰী সমিতিৰ সদস্যপদৰ বাবে ভোটদানৰ কোনো সম্ভাৱনা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক