--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ দৃষ্টি আকৰ্ষণৰ নতুন কিটিপ লাভ কৰিলে আপ সাংসদ সঞ্জয় সিঙে৷আম আদমী পাৰ্টীৰ সাংসদ সদস্য সঞ্জয় সিঙে কাৰাগাৰৰ ভিতৰতে ভাৰত মাতাৰ প্ৰতিমাত প্ৰাৰ্থনা কৰাৰ লগতে প্ৰতি শুকুৰবাৰে ব্ৰত পালন কৰিব। দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে ঐক্যবদ্ধভাৱে থিয় হ’বলৈ জেলৰ পৰাই জ্যেষ্ঠ আপ নেতাগৰাকীয়ে এই বাৰ্তা দিয়ে।

আপৰ সাংসদগৰাকীয়ে কয় যে, "যদি সম্ভৱ হয় সকলো জাতি-ধৰ্মৰ লোকে 'ভাৰত মাতা'ক প্ৰাৰ্থনা কৰি সপ্তাহত এদিন ব্ৰত পালন কৰক। ইয়াৰ দ্বাৰা আমাৰ মনোবল শক্তিশালী হ'ব আৰু আমাৰ সংকল্প দৃঢ় হ'ব।মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, অপশাসন আৰু অত্যাচাৰে সমগ্ৰ জাতিটোক দুখ দিছে।"

সাংসদগৰাকীৰ এই বাৰ্তাৰ পিছতে উত্তৰ প্ৰদেশকে ধৰি সমগ্ৰ দেশৰ বিভিন্ন স্থানত আপে এই আহ্বানৰ সমৰ্থনত উপবাস কাৰ্যসূচীৰ আয়োজন কৰিব। প্ৰতি শুকুৰবাৰে উত্তৰ প্ৰদেশৰ সকলো জিলাৰ আপ কৰ্মীসকলে ভাৰত মাতাৰ প্ৰতিমাত প্ৰাৰ্থনা কৰাৰ লগতে ৰোজা পালন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক