--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ ভাৰতীয় দলৰ সন্মুখত অৱতীৰ্ণ হ’ব চিৰবৈৰী পাকিস্তান। পাল্লেকেলে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন। একে সময়তে ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা এই খেলখন অনুষ্ঠিত হৈছে। ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে ক্ৰিকেট অনুৰাগীৰ মাজত দেখা গৈছে আচৰিত ধৰণৰ উৎসাহ। অৱশ্যে ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত ভাৰতীয় খেলুৱৈ বিৰাট কোহলীৰ সৈতে দেখা গৈছে পাকিস্তানৰ বেগী বলাৰ হেৰিছ ৰাউফক।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত বিৰাট কোহলী আৰু হেৰিছ ৰাউফক লগ পোৱা দেখা গৈছে। এই সময়ত পাকিস্তানৰ বেগী বলাৰ হেৰিছ ৰাউফৰ লগতে ভাৰতীয় খেলুৱৈ বিৰাট কোহলীয়ে ইজনে সিজনক সাৱটি ধৰে।ছচিয়েল মিডিয়াত এই ভিডিঅ’টো ক্ৰমাৎ ভাইৰেল হৈ পৰিছে। ক্ৰিকেট অনুৰাগী দুয়োজন খেলুৱৈৰ এই শৈলীৰ প্ৰতি খুবেই আকৰ্ষিত। একে সময়তে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে অহৰহ মন্তব্য দি নিজৰ মতামত দি আহিছে।

উল্লেখ্য যে শনিবাৰৰ পৰা এছিয়া কাপৰ অভিযান আৰম্ভ কৰিব টিম ইণ্ডিয়াই। পাকিস্তানৰ প্ৰত্যাহ্বান হ’ব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দল। প্ৰথমখন খেলত পাকিস্তানে নেপালক ২৩৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। আচলতে ভাৰত আৰু পাকিস্তানৰ বাহিৰেও নেপাল গ্ৰুপ-এত আছে। আনহাতে শ্ৰীলংকা, আফগানিস্তান আৰু বাংলাদেশক গ্ৰুপ-বিত স্থান দিয়া হৈছে। এইদৰে ৬টা দলক ২টা গোটত ভাগ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ