--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনি বছৰ আগতে, তেওঁলোকৰ বিবাহক লৈ ছ'চিয়েল মিডিয়াত যথেষ্ট হুলস্থুল হৈছিল। এইবাৰ সমকামী পুৰুষ দম্পতীয়ে  পিতৃ-মাতৃ হোৱাৰ সপোন পূৰণ হ'বলৈ গৈ আছে।এয়াই  প্ৰথম নহয়কিন্তু ই বিৰল। বিবাহৰ তিনি বছৰৰ পিছত পিতৃ-মাতৃ হোৱাৰ সপোন সমকামী পুৰুষ দম্পতী আদিত্য মাদিৰাজু আৰু অমিত শ্বাহে পূৰণ কৰিবলৈ গৈ আছে। 

শেহতীয়াকৈ তেওঁলোকে তেওঁলোকৰ সামাজিক মাধ্যমত পিতৃত্ব অৰ্জনৰ গৌৰৱৰ কথা প্ৰকাশ কৰিছে।তেওঁলোকে  এটা সন্তান জন্ম দিব বুলিও  ভাল খবৰটো শ্বেয়াৰ কৰিছিল। সমকামী পুৰুষ দম্পতীহালে ২০১৯  চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চীত বিবাহপাশত আৱদ্ধ হৈছিল। সেই সময়ত প্ৰবাসী ভাৰতীয় দম্পতীহালৰ বিবাহৰ খবৰে বেছ চৰ্চা লাভ কৰিছিল। 

সমলিংগ বিবাহত সন্তান আশা কৰাটো ভুল যদিও তেওঁলোকে তেনে আশাই কৰিছে। তেওঁলোকে দীৰ্ঘদিন ধৰিবিশয়টোৰ সমাধানৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছিল। অমিত আৰু আদিত্যই এই ক্ষেত্ৰত সকলো বিকল্প জনাৰ পিছত 'আইভিএফ' পদ্ধতিৰ বাবে চাৰোগেট গৰ্ভৱতী মহিলাগৰাকীক বাছনি কৰিছিল।চাৰোগেট গৰ্ভৱতী মহিলাগৰাকীৰ সহায় লৈয়েই তেওঁলোকে বৈজ্ঞানিক পদ্ধতিৰে সন্তান জন্ম দিব। 

তেওঁলোকে কয় "অভিভাৱক হ'ব বিচৰাটো অপৰাধ নহয়। আমাৰ সম্পৰ্ক বহুতৰ বাবে অনুপ্ৰেৰণা। মই ভাবো আমাৰ অভিভাৱক হোৱাৰ সিদ্ধান্তই আমাৰ দৰে বহুতো দম্পতীক আশান্বিত কৰিব। আমি 'সমকামী অভিভাৱক' হ'ব নিবিচাৰো।  কেৱল এজন "অভিভাৱক" হ'ব বিচাৰো। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক