--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ অপমানজনক মন্তব্য কৰা তিনিজন মন্ত্ৰীক নিলম্বন কৰিছে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে। কিন্তু ইয়াৰ দ্বাৰা হাত সৰা নাই তেওঁ। বৰঞ্চ চীন সমৰ্থক মুইজ্জুক সেই দেশৰ বিৰোধী নেতাই লক্ষ্য কৰি লৈছে। আনকি শুনা যায় যে বিৰোধী নেতৃত্বই তেওঁক বৰ্খাস্ত কৰাৰ বাবে সংসদত আনুষ্ঠানিক প্ৰস্তাৱ আনিব পাৰে।

যোৱা সপ্তাহত মুইজু চৰকাৰৰ তিনিজন মন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতে মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা ইব্ৰাহিম ছ’লীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আন এজন প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদেও মোডীৰ অপমানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মঙলবাৰে ডেম’ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষ ফায়াজ ইছমাইলে ৰাজহুৱাভাৱে পিপলছ নেশ্যনেল কংগ্ৰেছৰ নেতা মুইজুক দোষাৰোপ কৰি ভাৰতৰ সৈতে “সম্পৰ্কৰ ঘাঁ” মেৰামতিৰ আহ্বান জনায়।

প্ৰসংগক্ৰমে সোমবাৰৰ পৰা ৰাষ্ট্ৰপতি মুইঝুৱে পাঁচ দিনীয়া চীন ভ্ৰমণলৈ ৰাওনা হয়। ইফালে ৰাজনৈতিক উত্তেজনাৰ পাৰা বাঢ়িবলৈ আৰম্ভ কৰিছে। মালদ্বীপৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদ দিদীয়ে মালয়েছিয়া-নতুন দিল্লীৰ সম্পৰ্ক নষ্ট কৰাৰ প্ৰত্যক্ষ অভিযোগ উত্থাপন কৰিছে মুইজ্জুৱে। তাৎপৰ্যপূৰ্ণভাৱে মুইজুৰ দল ‘পিপলছ নেচনেল কংগ্ৰেছ’ৰ নেতাসকলে তেওঁৰ সমৰ্থনত মুখ মেলি থকা দেখা নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ