--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটত "দ্য ৱাল" নামেৰে পৰিচিত ৰাহুল দ্ৰাবিড়ে ২০০৩ চনত ভাৰতৰ হৈ বিশ্বকাপ খেলাৰ ঠিক পিছতেই জাতীয় দলৰ বিৰতিৰ সময়ত স্কটলেণ্ডৰ হৈ খেলিছিল। স্কটলেণ্ডৰ জাতীয় দলৰ জাৰ্চিক কথিত ভাষাত ‘saltire’ বুলি কোৱা হয়। সেই জাৰ্চি পিন্ধি দ্ৰাবিড়ক স্কটলেণ্ডৰ হৈ খেলা দেখা গৈছিল। ৰাহুল দ্ৰাবিদে এছ চি ইউৰ সৈতে ৪৫ হাজাৰ পাউণ্ডৰ চুক্তিত স্বাক্ষৰ কৰিছিল।

স্কটলেণ্ডৰ হৈ ১১খন এদিনীয়া মেচত ৬০০ ৰান সংগ্ৰহ কৰি ৰাহুল দ্ৰাবিড়ে ৬০ ৰানতকৈ অধিক বেটিং গড় লাভ কৰে। অৱশ্যে তেওঁৰ দলটোৱে মাত্ৰ এখন খেলতে জয়লাভ কৰে।

স্কটলেণ্ডৰ হৈ কাউন্টি ক্ৰিকেট খেলিছিল দ্ৰাবিড়ে। তেতিয়া কাউন্টি ক্ৰিকেটত ভাৰতীয় বেটছমেনক প্ৰায়ে দেখা গৈছিল। বিশেষকৈ বিদেশী মাটিত নিজকে পৰীক্ষা কৰিবলৈ ক্ৰিকেটাৰসকলে কাউন্টিখন বাছি লয়। আৰু তাতেই দ্ৰাবিদে স্কটলেণ্ডৰ হৈ কাউন্টি মেচত খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement