--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন কোটিপতি উদ্যোগপতি,কম বয়সতে বিশ্ব জিনাৰ দুৰ্বাৰ হেপাঁহ ব্যৱসায়ীজনৰ৷তেওঁৰ নাম নিখিল কামাথ৷নিখিল ভাৰতৰ আটাইতকৈ কনিষ্ঠ কোটিপতি। ৩৬ বছৰ বয়সত, তেওঁৰ মুঠ সম্পত্তি আছিল ১.১ বিলিয়ন ডলাৰ। 

নিখিল কামাথে ২০১০ চনত বিল গেটছ, মেলিণ্ডা ফ্ৰেঞ্চ গেটছ আৰু ৱাৰেন বাফেতৰ দ্বাৰা আৰম্ভ কৰা প্ৰতিশ্ৰুতিত স্বাক্ষৰ কৰিছিল। য’ত নিখিলে তেওঁৰ মুঠ সম্পত্তিৰ আধা খিনি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ শেহতীয়াকৈ ২৪০ জন ধনৱন্ত লোকৰ অভিজাত ক্লাবত যোগদান কৰিছিল যিসকলে আধা সম্পত্তি সমাজক দান দিয়াৰ সিদ্ধান্ত লৈছে।উল্লেখ্য যে নিখিল বৰ্তমান  অবিবাহিত৷

কামাথ ভাতৃদ্বয়ে ২০১০ চনত জিৰোধা প্ৰতিষ্ঠা কৰিছিল।যেতিয়া ষ্টক ব্ৰোকিং কোম্পানীয়ে ভাৰতৰ ব্ৰোকাৰেজ বজাৰত ব্যাঘাত জন্মাইছিল।বৰ্তমান কোম্পানীটোৰ ১০ মিলিয়নতকৈও অধিক গ্ৰাহক আছে। কোম্পানীটোৱে ২০ কোটি টকাৰ অধিক লাভ পঞ্জীয়ন কৰি আছে।

কামাথে তেওঁৰ মুঠ সম্পত্তিৰ কমেও ৫০ শতাংশ জলবায়ু পৰিৱৰ্তন, শক্তি, শিক্ষা আৰু স্বাস্থ্যৰ দৰে ক্ষেত্ৰত দাতব্য কামত দান কৰিব।নিখিল কামাথ এজন স্কুল আধাতে  এৰি যোৱা যুৱক । অৱশ্যে, তেওঁৰ সদায় এক উদ্যোগী মনোভাৱ আছিল। ১৪ বছৰ বয়সত, তেওঁ পুৰণি ফোন বিক্ৰী কৰা আৰম্ভ কৰে। ১৭ বছৰ বয়সত, তেওঁ ৮০০০ টকাত এটা কল চেণ্টাৰত চাকৰি লাভ কৰিছিল।বৰ্তমান নিখিলৰ সম্পত্তিৰ মুঠ মূল্য ৯০০০ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ