--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দেওবাৰে (৯ এপ্ৰিল) মুম্বাইত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই সময়ত তেওঁ কয় যে ভাৰতৰ ‘বিশ্ব গুৰু’ হোৱাৰ দিশত অগ্ৰগতি লেহেমীয়া কৰিবলৈ ভাৰতৰ বিষয়ে ভুল ধাৰণা আৰু বিকৃত তথ্য প্ৰচাৰ কৰা হৈছে। আসুৰিক শক্তিবোৰে আমাক হত্যা কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ আমি মানুহক প্ৰস্তুত কৰিব লাগিব।

ভাগৱতে কয় যে ১৮৫৭ চনৰ পিছত  দেশৰ বিষয়ে এনে ভুল ধাৰণা প্ৰচাৰ হৈছিল যদিও স্বামী বিবেকানন্দই এনে উপাদানৰ উপযুক্ত উত্তৰ দিছিল। তেওঁ কয় যে এই ভুল ধাৰণাবোৰ আমাৰ অগ্ৰগতি লেহেমীয়া কৰিবলৈ প্ৰচাৰ কৰা হৈছে কাৰণ পৃথিৱীৰ কোনোৱেই আমাৰ লগত যুক্তিৰ ভিত্তিত তৰ্ক কৰিব নোৱাৰে।

মোহন ভাগৱতে কয় যে "আমাৰ দেশ বিশ্বগুৰু হ’ব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আগন্তুক ২০-৩০ বছৰত ভাৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হোৱা দেখিছোঁ। ইয়াৰ বাবে  যুৱপ্ৰজন্ম সাজু হ’ব লাগে। ইয়াৰ পূৰ্বে শনিবাৰে ভাগৱতে সংগঠিত কৰ্মশক্তিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে "আমি বিশ্ব মংগল সাধনাৰ নীৰৱ পুৰোহিত। একে সময়তে তেওঁ শ্ৰমিকসকলক সেৱাৰ বাবে উপযুক্ত আৰু উৎকৃষ্ট শ্ৰমিক হোৱাৰ প্ৰতিশ্ৰুতি ল’বলৈ আহ্বান জনায়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ