--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বেয়াৰিং হৈছে গোড্ৰেজ গ্ৰুপ। গোড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ আৰু গোড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ বহু কোম্পানীয়ে ইমান দিনে এই ১২৭ বছৰীয়া ভাৰতীয় উদ্যোগী গোটৰ ছাতিত একেলগে কাম কৰি আহিছে। এক বিবৃতিত গডৰেজ গ্ৰুপে কয় যে এই সকলোবোৰ কোম্পানীক দুটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

গোড্ৰেজৰ চাবোন, ফ্ৰীজ, আলমাৰী, ঘৰৰ আচবাব, পাকঘৰৰ গা ধোৱা বস্তু আদিৰ পৰা আৰম্ভ কৰি নিৰ্মাণ ব্যৱসায়ো আছে। টাটা গ্ৰুপৰ দৰে গোড্ৰেজ ভাৰতীয় পৰিয়াল নিয়ন্ত্ৰিত পৰিয়ালৰ ব্যৱসায়ৰ ভিতৰত অন্যতম। ১৮৯৭ চনত অধিবক্তালৈ পৰিণত হোৱা ব্যৱসায়ী আৰ্দেছি গোড্ৰেজে এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিল। পিছত আৰ্দেশীৰ ভাতৃ পিৰোজছা আৰু তেওঁৰ সন্তানে এই গোটৰ দায়িত্ব লয়।

আধুনা গোড্ৰেজৰ বংশগত মালিকীস্বত্ব আছিল পিৰোজছাৰ প্ৰপৌত্ৰ আদি আৰু নাদিৰ গোড্ৰেজ (পিৰোজছাৰ পুত্ৰ বুৰ্জাৰ গোড্ৰেজৰ পুত্ৰ) আৰু জামছিদ আৰু স্মিতা গোড্ৰেজ কৃষ্ণ (নৱল গোড্ৰেজৰ সন্তান, কনিষ্ঠ পুত্ৰ)। এই চাৰিজন লোকৰ মাজত বিভক্ত হৈছে গডৰেজ গোটৰ কোম্পানী।

মালিকীস্বত্বৰ পৰিৱৰ্তন সন্দৰ্ভত এক বিবৃতিত গোড্ৰেজ গোটে কয় যে আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে পাৰিবাৰিকভাৱে এই সিদ্ধান্ত লোৱা হৈছে। কাৰণ দিয়া হ’ল গোড্ৰেজ পৰিয়ালৰ সদস্যসকলৰ ব্যৱসায়িক দৰ্শন আৰু দৃষ্টিভংগীক গুৰুত্ব আৰু স্বীকৃতি দিয়াৰ সিদ্ধান্ত। গডৰেজ গ্ৰুপে বিবৃতিটোত কয় যে ইয়াৰ দ্বাৰা অৱশেষত শ্বেয়াৰহোল্ডাৰসকল উপকৃত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ