--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনজীৱনলৈ আতংক কঢ়িয়াই অনাৰ সমান্তৰালভাৱে বিশ্ব অৰ্থনীতিলৈয়ো বিপদ কঢ়িয়াই আনিছিল ক’ভিড মহামাৰীয়ে৷ক’ভিডে মন্দাৱস্থাৰো সৃষ্টি কৰিছিল বহু দেশত৷হঠাৎ সৃষ্টি হোৱা আৰ্থিক সংকটৰ সৈতে এতিয়াও বহু দেশে এতিয়াও যুঁজি আছে৷

শেহতীয়াকৈ ২০২৩ বৰ্ষতো বিশ্ব অৰ্থনীতিৰ এই মন্দাৱস্থা বাহাল থাকিব বুলি এক প্ৰতিবেদনত স্পষ্ট কৰিছে আন্তজাৰ্তিক মুদ্ৰা নিধিয়ে৷ একেখন প্ৰতিবেদনত মুদ্ৰানিধিয়ে ইয়াকো স্পষ্ট কৰিছে যে, ২০২৩ বৰ্ষত সমগ্ৰ বিশ্বৰে অৰ্থনীতি কিছু অস্থিৰ হৈ উঠিব৷ কিন্তু ইয়াৰ বিপৰীতে  যথেষ্ট সবল হৈ থাকিব ভাৰতৰ অৰ্থনীতিৰ ভেটি৷

আইএমএফৰ মতে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ হৈছে - ৬.৮ শতাংশ৷ ২০২৩-২৪ বৰ্ষতো এই হাৰ ৬.১ শতাংশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে৷

সমান্তৰালভাৱে আইএমএফৰ প্ৰতিবেদনত উল্লেখ আছে যে বিশ্বৰ অন্যান্য দেশৰ লগতে মাৰ্কিন অৰ্থনীতিতো মন্দাৱস্থাই দেখা দিয়াৰ সম্ভাৱনা আছে৷

তথ্য অনুসৰি , ক’ভিড সংক্ৰমণৰ ব্যাপক ক্ষতিৰ পিছতো ভাৰতৰ অৰ্থনীতি ক্ৰমে সবল হ’বলৈ ধৰিছে৷ বাস্তৱত ভাৰতৰ জিডিপিৰ হাৰ ৮.৭ শতাংশ৷ চলিত বিত্তীয় বৰ্ষতো বৃদ্ধিৰ হাৰ অব্যাহত আছে ভাৰতীয় অৰ্থীনীতিৰ৷

দেশৰ ২০২২-২৩ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৬.৯ শতাংশত আৱদ্ধ থাকিব৷ অৱশে্য ইয়াৰ পিছত ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে আইএমএফৰ প্ৰতিবেদনত৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক