--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ উজলিল তাৰকা দৌৰবিদ হিমা দাস। স্বৰ্ণজয়েৰে উজলিল অসম কন্যাগৰাকী! ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ এথলেটিকছ ইভেণ্টৰ ২০০ মিটাৰ দৌৰত হিমা দাসে কৰিলে স্বৰ্ণজয়।

ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ প্ৰতিযোগিতাত মহিলাৰ ২০০ মিটাৰ দৌৰৰ ফাইনেলত ২৩.৭৯ ছেকেণ্ডত দৌৰ সমাপ্তিৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন ধিং এক্সপ্ৰেছ হিমা দাসৰ।

বৰ্ষটোৰ আৰম্ভণিৰ প্ৰথমখন খেলতেই হিমাই অৰ্জন কৰে এই সফলতা। তিৰুৱনন্তপুৰমৰ লক্ষ্মীবাই নেচনেল কলেজ অৱ ফিজিকেল এডুকেচনত অনুষ্ঠিত ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ এথলেটিকছ ইভেণ্টত হিমা দাসে ২০০ মিটাৰ দৌৰত যথেষ্ট সহজে ২৩.৭৯ ছেকেণ্ডত জয়লাভেৰে স্বৰ্ণপদক অৰ্জন কৰে।

হিমাই মহাৰাষ্ট্ৰৰ নিকটতম প্ৰতিদ্বন্দ্বী ঐশ্বৰ্য কৈলাস মিশ্ৰ (২৪.৮১) আৰু কেৰালাৰ ভি কে বিস্মায়া (২৪.৮২)ক পিছ পেলাই মহিলাৰ ২০০ মিটাৰত সোণৰ পদক অৰ্জন কৰে। হিমাৰ এই সফলতাত আনন্দিত হৈ পৰিছে ধিঙৰ লগতে সমগ্ৰ অসমবাসী।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক