--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল পঞ্জাৱৰ ভাটিণ্ডাৰ  সেনা ঘাটি। শেহতীয়াকৈ জানিব পৰা মতে বুধবাৰে পুৱা প্ৰায় ৪.৩০ বজাত পঞ্জাৱৰ বাথিন্দা সেনা ঘাটিত এজন অসামৰিক পোছাক পৰিহিত লোকে  ধাৰাসাৰ গুলীবৰ্ষণ কৰে।

 এই ঘটনাত কমেও চাৰিজন সেনা জোৱান নিহত হৈছে।   ভাটিণ্ডাৰ এছএছপি গুলনীত খুৰানাই কয় যে  আক্ৰমণকাৰী লোক জন এজন সেনা জোৱান হ’ব পাৰে।  গুলীচালনা কৰা লোক জনক ধৰিবলৈ অঞ্চলটো ঘেৰাও কৰা হৈছে।ঘটনাটোৰ পিছতে ষ্টেচন কুইক ৰিএকচন দল দ্ৰুতগতিত সক্ৰিয় হৈ পৰিছে। 

 শেহতীয়া খবৰ  অনুসৰি এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই যদিও ঘটনাৰ আঁৰত সন্ত্ৰাসবাদী নে সেনাৰেই কোনো লোক জড়িত আছিল সেয়া তদন্ত কৰি থকা হৈছে।  পঞ্জাৱত  অতীততো এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। ইপিনে সেনাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে  এজন সেনা জোৱানে হঠাতে তেওঁৰ বন্দুকেৰে  নিৰ্বিচাৰে গুলীবৰ্ষণ কৰিছিল।  







FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে