--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বজুৰি পুৰুষসকলৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাইছে৷ এই চাঞ্চল্যকৰ ভাষ্য আগবঢড়াইছে এটি গৱেষণা সংস্থাই৷

 

সংস্থাটোৱে কৈছে যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বত পুৰুষৰ শুক্ৰাণু কমি আহিছে৷ ইয়াক অতি গুৰুত্বপূৰ্ বুলি তেওঁলোকে আখ্যা দিছে৷

 

মঙলবাৰে হিউমেন ৰিপ্ৰডাকচন আপডেট নামৰ এখন জাৰ্ণালত এই গৱেষণাটো প্ৰকাশ হৈছে৷ গৱেষণাটোত ৫৩ খন দেশক সাঙুৰি লোৱা হৈছে৷

 

উলা্লেখ্য যে শুক্ৰাণুৱে কেৱল প্ৰজনন ক্ষমতাই নহয়, পুৰুষৰ স্বাস্থ্যও নিয়ন্ত্ৰণ কৰে৷ যদি নিম্ন হাৰত শুক্ৰাণু থাকে, তেন্তে নানা ধৰণৰ অসুখ, ডিম্বাশয়ৰ কেঞ্চাৰ আৰু আয়ুস কমাৰ দৰে অথন্তৰে দেখা দিব পাৰে৷

 

সংস্থাটোৱে বিশ্বজুৰি শুক্ৰাণু কমি অহাৰ বিষয়ে কয় যে ই এটা গোলকীয় সমস্যা৷ এই সমস্যা আধুনিক জীৱনযাত্ৰা আৰু পৰিৱেশৰ ফলত উদ্ভৱ হৈছে৷

 

আনহাত, ভাৰতৰ বিষয়ে বিশেষভাৱে উল্লখ কৰি গৱেষণাটোত কোৱা হৈছে দেশখনত ইয়াক গভীৰভাৱে দেখা পোৱা গৈছে৷ এগৰাকী গৱেষক হাগাই লেভিনে কয় যে ভাৰতত লাভ কৰা নিৰ্ভৰৃযোগ্য তথ্য অনুসৰি, দেশখনত অত্যন্ত শক্তিশালীভাৱে শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাব ধৰিছে৷

 

গৱেষকগৰাকীয়ে কয় যে এয়া মানৱজাতিৰ অস্তিত্বৰ বাবেই এটা ভাবুকিস্বৰূপ৷ সেয়ে বিশ্বজুৰি এই সম্পৰ্কে ব্যৱস্থা লোৱাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক