--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তাৰকা নহয় এইবাৰ প্ৰেক্ষাপটত বলীউড তাৰকাৰ সন্তান৷কেইদিনমানৰ পূৰ্বে আমাৰ বহু প্ৰিয় বলীউড তাৰকাৰ সন্তান অধ্যয়নৰত ধীৰুভাই আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত বাৰ্ষিক দিৱসৰ অনুষ্ঠান আছিল। কোৱা বাহুল্য যে এয়া আছিল তাৰকাৰে ভৰা অনুষ্ঠান। অভিষেক বচ্চনৰ জী আৰাধ্যাৰ অভিনয় বলীউডৰ চৰ্চাৰ বিষয় হৈ পৰিছে; লগতে মঞ্চত এছ আৰ কেৰ চিগনেচাৰ অ’পেন আৰ্ম প’জ পৰিবেশন কৰা সৰু পুত্ৰ আব্ৰামেও সকলোৰে মৰম বুটলিছে। এতিয়া মঞ্চত একেলগে নাচি থকাৰ সময়ত আৰাধ্যাই আব্ৰামক স্নেহেৰে সাৱটি ধৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ধীৰুভাই আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত বাৰ্ষিক দিৱস উদযাপনৰ এক ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত এছ আৰ কেৰ কনিষ্ঠ পুত্ৰ আব্ৰামক ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ কন্যা আৰাধ্যাৰ সৈতে কাষে কাষে নাচি থকা দেখা গৈছে।সেই সময়তে আন ঠাইলৈ চাই আৰাধ্যাই আব্ৰামক মৰমেৰে সাৱটি ধৰে...

Iইপিনে নাতিনীয়েক আৰাধ্যা বচ্চনে মঞ্চৰ দায়িত্ব লোৱা দেখি সাধাৰণ দৰ্শকৰ দৰেই আপ্লুত হৈছে অমিতাভ বচ্চন। অভিষেক আৰু ঐশ্বৰ্যৰ কন্যাই ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত বাৰ্ষিক দিৱস উদযাপনৰ সময়ত এক আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক