--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতত খ্ৰীষ্টান ধৰ্মান্তৰকৰণত অংশ লয় আমাজনে! জনপ্ৰিয় ই-কমাৰ্চ মাধ্যম আমাজনৰ বিৰুদ্ধে এই অভিযোগ আনিছে আৰএছএছে।

সংঘৰ মুখপত্ৰ ‘দা অৰ্গেনাইজাৰ’ত দাবী কৰা হৈছে যে আমাজনে আমেৰিকান ব্যাপ্টিষ্ট চাৰ্চক আৰ্থিক সাহাৰ্য কৰি আহিছে। এই ব্যাপ্টিষ্ট চাৰ্চে উত্তৰ পূ্ব ভাৰতত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কৰি আহিছে।

মুখপত্ৰখনত লিখা হৈছে যে ভাৰতত ব্যাপক হাৰত ধৰ্মান্তৰকৰণ চলোৱা আমেৰিকান ব্যাপ্টিষ্ট চাৰ্চক বেআইনীভাৱে আৰ্থিক সাহাৰ্য আগবঢ়াই আহিছে আমাজনে।

ব্যাপ্টিষ্ট চাৰ্চটোৰ ভাৰতৰ প্ৰতিনিধি সংস্থা হ’ল অল ইণ্ডিয়া মিশ্যন। মিশ্যনৰ ৱেবচাইটত উল্লেখ আছে যে উত্তৰ পূব ভাৰতত ২৫ হাজাৰ মানুহক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰিছে তেওঁলোকে।

সংঘৰ এই অভিযোগ নাকচ কৰিছে আমাজনে। সংস্থাটোৰ এজন মুখপাত্ৰই জনাইছে যে আৰএছএছৰ এই অভিযোগ ভিত্তিহীন।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক