--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দেশৰ মুছলমানসকলৰ বিষয়ে ব্যক্ত কৰিছে বহু কথা। মোহন ভাগৱতে কয় যে ভাৰতত ইছলামৰ প্ৰতি কোনো ভাবুকি নাই, কিন্তু তেওঁলোকে ‘আমিয়েই শ্ৰেষ্ঠ’ সেই মনোভাৱ এৰিব লাগিব। ভাগৱতে লগতে কয় যে ইয়াত মুছলমানে ভয় কৰাৰ কোনো প্ৰয়োজন নাই।

মোহন ভাগৱতে কয় যে হিন্দু আমাৰ পৰিচয়, জাতীয়তা আৰু সকলোকে নিজৰ বুলি গণ্য কৰি লগত লৈ যোৱাৰ প্ৰৱণতা আমাৰ মাজত আছে। সেইবাবেই ইয়াত সকলো ধৰ্মই ফুলি উঠিছে। ইয়াৰ বাবেই আজি ভাৰতত থকা মুছলমান সকলৰ কোনো ক্ষতি নহয়।

মোহন ভাগৱতে কয় যে, "মুছলমানে ভাৰতত ভয় কৰিবলগীয়া একো নাই। মাত্ৰ আমি ডাঙৰ, আমি এবাৰ ৰজা আছিলো, আমি আকৌ ৰজা হ'ম...এইটো ভাৱ এৰি দিব লাগিব। এনেকুৱা ভাৱ যদি কোনো হিন্দুৰ আছে তেৱো সেই ভাৱ এৰিব লাগিব। কোনো কমিউনিষ্টেও যদি এনে ভাৱ পুহি ৰাখিছে তেন্তে তেৱো সেই ভাৱ ত্যাগ কৰিব লাগিব। 

তেওঁ হিন্দু সমাজক উদ্দ্যেশি কয় যে হিন্দু সমাজেই একমাত্ৰ যি আক্ৰমণাত্মক নহয়, গতিকে অনাআক্ৰমণকাৰীতা, অহিংসা, গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা... এই সকলোবোৰ সংৰক্ষণ কৰিব লাগিব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement