--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ দিনটোতে দেশত ঘটিল এক অঘটন৷ ভেলেণ্টাইন ডেৰ দিনটোতে এজন প্ৰেমিকে তেওঁৰ প্ৰেমিকাক ধৰ্ষণ কৰাৰ লগতে প্ৰেমিকাৰ  গোপন অংগত  সুমুৱাই দিলে লোৰ ৰড৷ এই ঘটনাই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ঘটনাটো ঘটিছে ঝাৰখণ্ডত৷ 

যুৱতীগৰাকীয়ে  তেওঁৰ প্ৰেমিকৰ সৈতে  ভেলেণ্টাইন ডেক স্মৰণীয় কৰি তুলিব বুলি আশা কৰিছিল যদিও সেয়া নহ’ল৷   আৰক্ষীয়ে জনোৱা অনুসৰি ১৭ বছৰীয়া কিশোৰীগৰাকীক প্ৰথমে প্ৰেমিকে ধৰ্ষণ কৰে৷ তাৰ পিছত  প্ৰেমিকাৰ  গোপন অংগত  লোহাৰ ৰড সুমুৱাই  তেওঁক হত্যা কৰে৷ ঘটনাটো ঝাৰখণ্ডৰ গড়ৱা জিলাৰ আজনি গাঁৱত সংঘটিত হৈছে।

ছোৱালীজনীৰ মৃতদেহ প্ৰেমিকৰ ঘৰৰ ওচৰৰ এখন পথাৰত  স্থানীয় একাংশ লোকে উদ্ধাৰ কৰে৷ছোৱালীজনৰ ঘৰৰ লোকে কয় " নিশা ছোৱালীজনীয়ে  পৰিয়ালক নজনোৱাকৈ যুৱকজনক  লগ কৰিবলৈ গৈছিল। পুৱা তাইৰ মৃতদেহ উদ্ধাৰ হয়," ৷ 

আৰক্ষী বিষয়া সন্তোষ কুমাৰ ৰবিয়ে প্ৰকাশ কৰা মতে  ঘটনাটো সন্দৰ্ভত অভিযুক্তজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। অভিযুক্ত যুৱক জন বৰ্তমান পলাতক হৈ আছে৷  আৰক্ষীয়ে  অভিযুক্তজনক তেওঁৰ মোবাইল ফোনৰ অৱস্থানৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাইছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement