--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেণ্টিলেটৰ বন্ধ হোৱাৰ ফলত হস্পিতালতে মৃত্যু হ’ল ৪ টি সদ্যজাত শিশুৰ। দেওবাৰে ছত্তীশগড়ৰ অম্বিকাপুৰ মেডিকেল কলেজ হস্পিতালত এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, হস্পিতালত ৰাতি বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে। যাৰ ফলত ভেণ্টিলেটৰ বন্ধ হৈ পৰে। ৪টাকৈ শিশুৰ মৃত্যুৰ পাছতে হস্পিতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ তুলিলে শিশুকেইটাৰ পৰিয়ালৰ সদস্যই। 

স্থানীয় প্ৰশাসনেও হস্পিতালখনলৈ গৈ পৰিস্থিতি বুজ লৈছে। হস্পিতালখনে জনাইছে যে ৪ ৰ পৰা ৫ ঘণ্টাৰ ভিতৰত ৪ জন শিশুৰ মৃত্যু হৈছে। ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ বিষয়ে তদন্দ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক