--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভগৱান শ্ৰীৰামচন্দ্ৰৰ অস্তিত্বৰ প্ৰতি পুনৰ প্ৰশ্ন উত্থাপন কৰি বিতৰ্কত সোমাই পৰিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জীতনৰাম মাঝি৷

জীতনৰাম মাঝিয়ে শ্ৰীৰামচন্দ্ৰৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ গৈ ভগৱান শ্ৰীৰামৰ ওপৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মাঝিৰ বিশ্বাস নাই বুলি উল্লেখ কৰে৷ জীতনৰাম মাঝিয়ে শ্ৰীৰামচন্দ্ৰতকৈ ৰাৱণকহে মহান বুলি আখ্যা দিয়ে৷

জীতনৰাম মাঝিৰ মতে, মাঝিয়ে পূজা-পাঠত বিশ্বাস নকৰে,লগতে মাঝিয়ে হিন্দু ধৰ্মক বেয়া ধৰ্ম বুলি উল্লেখ কৰে৷ তদুপৰি মাঝিয়ে ভগৱান শ্ৰীৰামচন্দ্ৰতকৈ ৰাৱণকহে অধিক মহান আৰু বিদ্বান বুলি অভিহিত কৰে৷

উল্লেখযোগ্য যে, মাঝিয়ে সত্যনাৰায়ণ পূজাৰ ওপৰতো প্ৰশ্ন কৰে৷ সেইসন্দৰ্ভতে জীতনৰাম মাঝিয়ে শ্ৰীৰামচন্দ্ৰৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন তুলি শ্ৰীৰামচন্দ্ৰক বাল্মীকি আৰু তুলসীদাসৰ কাব্যসাহিত্যৰ চৰিত্ৰ বুলি মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ