--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব'ৰ্ড পৰীক্ষাত একাংশ  শিক্ষাৰ্থীয়ে  যিকোনো প্ৰকাৰে উত্তীৰ্ণ হ'বলৈ বিভিন্ন পন্থা অৱলম্বন কৰে। মধ্য প্ৰদেশত ব'ৰ্ডৰ পৰীক্ষাৰ বহী  চোৱা   আৰম্ভ হৈছে। এই বছৰো একাংশ  শিক্ষাৰ্থীয়ে অদ্ভূত অজুহাত দেখুৱাই পৰীক্ষাত উত্তীৰ্ণ হ’ব বিচাৰিছে।  ইন্দোৰতো একে ধৰণৰ ঘটনা ঘটিছে। ইন্দোৰৰ বোৰ্ডৰ পৰীক্ষাৰ বহীত  এজন শিক্ষাৰ্থীয়ে লিখিছে , "ছাৰ  ঈশ্বৰৰ শপত, আপুনি মোক পাছ কৰি দিয়ক।" কেৱল সেয়াই নহয়, শিক্ষাৰ্থীজনে সংস্কৃতৰ পৰীক্ষাত  হিন্দীতে প্ৰশ্নোত্তৰ লিখিছিল  আৰু পাছ কৰি দিবলৈয়ো শিক্ষকলৈ  টোকা লিখিছিল। 

এইবেলি মধ্য প্ৰদেশত ৪০০ গৰাকী  শিক্ষকে পৰীক্ষাৰ বহী চাই আছে।   ৪০০ ৰো অধিক শিক্ষকে  প্ৰায় ২.৫ লাখ পৰীক্ষাৰ বহী চাই আছে।  

কোনোবা শিক্ষাৰ্থীয়ে  শিক্ষকসকলক ৰোগৰ কথা উল্লেখ কৰিপৰীক্ষাত পাছ কৰাই দিবলৈ অনুৰোধ জনাইছে,  কোনোবাই সংস্কৃতৰ কাকতত হিন্দীত প্ৰশ্নোত্তৰ লিখিছে। এজন ছাত্ৰই তেওঁক পৰীক্ষাত  উত্তীৰ্ণ কৰাই দিয়াৰ  অনুৰোধ জনাই লিখিছে "মাষ্টাৰজী,  মই অসুস্থ হোৱাৰ বাবে পঢ়িব পৰা নাছিলো। ঈশ্বৰৰ শপত , অনুগ্ৰহ কৰি মোক পাছ কৰাই দিয়ক।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ