--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰৰ চকুপানী হৃদয় গলালে চলমান খানৰ। শেহতীয়াকৈ ইনষ্টাগ্ৰামযোগে ছলমানে অক্ষয়ৰ এটা ৰীল শ্বেয়াৰ কৰিছে। কিছু পুৰণা ৰীলটোত দেখা গৈছে যে অক্ষয়ে এটা ৰিয়েলিটি শ্ব’ত চকুলো টুকিছে।

ৰীলটোত দেখা গৈছে যে ৰিয়েটি শ্ব’টোত অক্সয় কুমাৰে তেওঁৰ ভগ্নী অলকা ভাটিয়াৰ পৰা এটা বিশেষ বাৰ্তা লাভ কৰিছে। তাৰপাছতে আৱেগিক হৈ পৰে অভিনেতাগৰাকী। চকুলো নিগৰি আহে তেওঁৰ।

অক্ষয়ৰ ভগ্নী অলকাই এটা অডিঅ’ বাৰ্তা যোগে অভিনেতাজনক পাঞ্জাৱীত কয়- ''তুমি মোৰ স’তে ভাল বেয়া সকলো সময়তে থাকিছিলা। এগৰাকী দেউতাক, বন্ধু  আৰু ভাতৃ- সকলো ভূমিকাত তুমি অৱতীৰ্ণ হৈছিলা।’’



উল্লেখ্য যে উক্ত ৰিয়েলিটি শ্ব’টোত অক্ষয় কুমাৰে তেওঁৰ 'ৰক্ষা বন্ধন’ নামৰ ছৱিখনৰ প্ৰচাৰ চলাইছিল। সেইবাবেই অভিনেতাগৰাকীৰ ভগ্নীয়ে ভাতৃ অক্ষয়ক এইদৰে কৈছিল।

ভাতৃ-ভগ্নীৰ এই মুহূৰ্তটোৱে স্পৰ্শ কৰে চলমান খানক। ৰীলটো শ্বেয়াৰ কৰি চলমান খানে লিখিছে- ''ভগৱানে তোমাক কুশলে ৰাখক আক্কী!’’

অক্ষয়েও ইনষ্ট্াগ্ৰাম ষ্ট’ৰীত ছলমানে শ্বেয়াৰ কৰা ষ’ৰীটো শ্বেয়াৰ কৰে। লিখে- ''তোমাৰ বাৰ্তাটোৱে সঁচাকৈয়ে চুই গৈছে। বৰ ভাল লাগিল। ভগৱানে তোমাকো কুশলে ৰাখক।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement