--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জে এন ইউ- ৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদক আজি সাময়িক সকাহ প্ৰদান কৰিছে আদালতে। দিল্লীৰ আদালতে আজি নিজ ভগ্নীৰ বিয়াৰ বাবে খালিদক এসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

আদালতে আজি ওমৰ খালিদৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ২৩ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ এই জামিন প্ৰদান কৰে। অৱশ্যে খালিদে দুই সপ্তাহৰ বাবে জামিনৰ অনুৰোধ জনাইছিল যদিও আদালতে এসপ্তাহৰ বাবেহে দিয়ে।

উল্লেখ্য যে খালিদক ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা দিল্লীৰ হিংসাত্মক কাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি অভিযোগ কৰা হৈছিল আৰু এই গোচৰত তেওঁৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

নাগৰিকত্ব (সংশোধনী) আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত সংঘটিত এই হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত বুলি খালিদৰ ওপৰত অভিযোগ আৰোপ কৰি ২০২০ চনৰ ছেপ্টেম্বৰ মাহত দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক